প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিৰোছিমাত জি-৭ সন্মিলনৰ সময়ত ২০মে ২০২৩ তাৰিখে ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ইমানুৱেল মেক্ৰ'নৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনৰ ১৪ জুলাইত বেষ্টিল দিৱসত তেওঁক সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰনক ধন্যবাদ জ্ঞাপন কৰে।

নেতাদ্বয়ে বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত সহযোগিতা, অসামৰিক বিমান পৰিবহন; নৱীকৰণযোগ্য; সংস্কৃতি; প্ৰতিৰক্ষা খণ্ডত সহ-উৎপাদন আৰু উৎপাদন; লগতে অসামৰিক পাৰমাণৱিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু সন্তোষ ব্যক্ত কৰে। নেতাদ্বয়ে নতুন ক্ষেত্ৰলৈ অংশীদাৰীত্ব সম্প্ৰসাৰিত কৰিবলৈ সহমত প্ৰকাশ কৰে।

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ ক্ষেত্ৰত ফ্ৰান্সৰ সমৰ্থনৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰনক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে। নেতাদ্বয়ে আঞ্চলিক উন্নয়ন আৰু গোলকীয় প্ৰত্যাহ্বান সন্দৰ্ভত মত বিনিময় কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How India became the world's most prolific IPO market

Media Coverage

How India became the world's most prolific IPO market
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Adi Shankaracharya
April 21, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to one of India’s greatest spiritual luminaries, Adi Shankaracharya, on his Jayanti today. Shri Modi remarked that his profound teachings, thoughts and philosophy of Advaita Vedanta continue to guide innumerable people globally. And his efforts to revitalise spiritual thought and establish spiritual centres across the nation remain a lasting inspiration."May his wisdom continue to illuminate our path and strengthen our commitment to truth, compassion and collective well-being", Shri Modi added.

The Prime Minister posted on X:

"On the sacred occasion of Adi Shankaracharya Jayanti, paying homage to one of India’s greatest spiritual luminaries. His profound teachings, thoughts and philosophy of Advaita Vedanta continue to guide innumerable people globally. He emphasised harmony, discipline and the oneness of all existence. His efforts to revitalise spiritual thought and establish spiritual centres across the nation remain a lasting inspiration. May his wisdom continue to illuminate our path and strengthen our commitment to truth, compassion and collective well-being."