কালিৰ মন কী বাত অনুষ্ঠানত গুয়েনাৰ ভাৰতীয় সম্প্ৰদায়ক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুয়েনাৰ ৰাষ্ট্ৰপতি ড° ইৰফান আলীক এক পেড় মা কি নাম পদক্ষেপক সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। কালিৰ মন কী বাত অনুষ্ঠানত শ্ৰী মোদীয়ে গুয়েনাত ভাৰতীয় সম্প্ৰদায়ৰ প্ৰতি তেওঁৰ প্ৰশংসাৰ কথা পুনৰবাৰ উল্লেখ কৰে।

গুয়েনাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলীয়ে ‘এক্স’ত দিয়া এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,

“আপোনালোকৰ সমৰ্থন সদায় সাদৰে মনত ৰাখিম। মোৰ #MannKiBaat অনুষ্ঠানৰ সময়ত এই বিষয়ে কথা পাতিছিলো। লগতে একেটা অনুষ্ঠানতে গুয়েনাত ভাৰতীয় সম্প্ৰদায়ৰ শলাগ লৈছো।

@DrMohamedIrfaa1

@presidentaligy

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Apple exports record $2 billion worth of iPhones from India in November

Media Coverage

Apple exports record $2 billion worth of iPhones from India in November
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 ডিচেম্বৰ 2025
December 17, 2025

From Rural Livelihoods to International Laurels: India's Rise Under PM Modi