প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰী, ২০২১ৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে মহাৰাজা সুহেলদেৱ স্মাৰক আৰু চিট্টৌৰা হ্ৰদৰ উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন কৰিব৷ মহাৰাজা সুহেলদেৱৰ জন্ম বাৰ্ষিকী উপলক্ষে উত্তৰপ্ৰদেশৰ বাহৰেইচত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ এই উপলক্ষে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো অনুষ্ঠানত উপস্থিত থাকিব৷

সুহেলদেৱৰ অশ্বাৰোহণ অৱস্থাত থকা মূর্তি আৰু কাফেটেৰিয়া, অতিথিশালা আৰু শিশু উদ্যানকে ধৰি পর্যটন সম্পৰ্কীয় বিভিন্ন আন্তঃগাথনি এই প্রকল্পৰ অধীনত নির্মাণ কৰা হ’ব৷

দেশৰ প্রতি মহাৰাজা সুহেলদেৱৰ নিষ্ঠা আৰু কর্তব্য সকলোৰে বাবে অনুপ্রেৰণাৰ উৎস। এই স্মাৰক স্থলৰ উন্নয়নৰ জৰিয়তে মহাৰাজৰ বীৰত্বপূর্ণ কাম-কাজ সম্পর্কে দেশবাসীয়ে জানিব পাৰিব৷ তদুপৰি, ই পর্যটন কেন্দ্র হিচাপে ঠাইডোখৰৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains fastest-growing major economy, domestic investors power market resilience

Media Coverage

India remains fastest-growing major economy, domestic investors power market resilience
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মাৰ্চ 2026
March 15, 2026

Empowering Bharat: From Loans to Global Leadership Under PM Modi