প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত ১০৯টা নতুন শস্যৰ জাত মুকলি কৰি দেশৰ কৃষকসকলক সবলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰিছে। তেওঁ আৰু কয় যে জলবায়ু অনুকূল আৰু অধিক উৎপাদনক্ষম জাতৰ শস্যই কৃষকৰ আয় বৃদ্ধি কৰিব।

কৃষকসকলে প্রাকৃতিক কৃষিৰ দিশত অগ্ৰসৰ হোৱাত প্রধানমন্ত্রীয়ে সন্তুষ্টি প্রকাশ কৰে৷ তেওঁ লগতে তেওঁলোকৰ অভিজ্ঞতা শুনি প্ৰাকৃতিক কৃষিৰ উপকাৰিতাৰ বিষয়ে বিতংভাৱে আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ ‘আমি আমাৰ কৃষক ভাই-ভনীসকলক সবলীকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এই দিশত আজি আমি দিল্লীত ১০৯ টা নতুন জাতৰ শস্য মুকলি কৰাৰ সুযোগ পালোঁ। এই জলবায়ু অনুকূল আৰু উচ্চ উৎপাদনক্ষম জাতৰ পৰা উৎপাদন বৃদ্ধিৰ লগে লগে আমাৰ কৃষকৰ আয়ো বৃদ্ধি পাব। মই সন্তুষ্ট যে আমাৰ কৃষক ভাই-ভনীসকলেও দ্ৰুতগতিত প্ৰাকৃতিক কৃষিৰ দিশত আগবাঢ়িছে। আজি তেওঁলোকৰ অভিজ্ঞতাবোৰ ওচৰৰ পৰা জানিবলৈ সুযোগ পালোঁ। এই সময়ছোৱাত আমি প্ৰাকৃতিক খেতিৰ উপকাৰিতাৰ বিষয়েও বিতংভাৱে আলোচনা কৰিলোঁ।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Strengthening India’s path to power leadership: How India is energising a new growth story - By Shri Manohar Lal, Union Minister of Power

Media Coverage

Strengthening India’s path to power leadership: How India is energising a new growth story - By Shri Manohar Lal, Union Minister of Power
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Madhya Pradesh meets Prime Minister
March 18, 2026

Governor of Madhya Pradesh, Shri Mangubhai Patel met Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office posted on X;

“Governor of Madhya Pradesh, Shri Mangubhai Patel met Prime Minister @narendramodi.

@GovernorMP”