প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ ৰামবানত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এক টুইটত উল্লেখ কৰা হৈছে, ‘জম্মু-কাশ্মীৰৰ ৰামবানত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱা বাতৰিয়ে মনত দুখ দিছে। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ।দুৰ্ঘটনাত আহত লোকসকলে সোনকালে আৰোগ্য লাভ কৰক, তাৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁঃ প্ৰধানমন্ত্ৰী @narendramodi’
Pained by the loss of lives due to an accident in Ramban, Jammu and Kashmir. Condolences to those who lost their loved ones. I pray that the injured recover soon: PM @narendramodi
— PMO India (@PMOIndia) July 2, 2021


