অধ্যাপক শশীকুমাৰ চিত্ৰেৰ মৃত্যুত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে শোক প্ৰকাশ কৰিছে।

এক শোক-বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “অধ্যাপক শশীকুমাৰ চিত্ৰেৰ পৰলোক গমনৰ খবৰটোৱে ব্যথিত কৰিছে। এষ্ট্ৰোফিজিক্সৰ লগতে ছ’লাৰ ফিজিক্স, গ্ৰেভিটেশ্যনেল লেন্সিং আৰু বিজ্ঞানৰ শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৰিহণাৰ বাবে তেওঁক স্মৰণ কৰা হ’ব। তেওঁ আগবঢ়াই থৈ যোৱা অৱদানে আহিবলগীয়া সময়ৰ ছাত্ৰসমাজক নিৰন্তৰ অনুপ্ৰাণিত কৰি থাকিব। ওম শান্তি”।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Congress Creating Panic Within Country’: PM Modi Slams Party In Assam Amid West Asia War

Media Coverage

'Congress Creating Panic Within Country’: PM Modi Slams Party In Assam Amid West Asia War
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.