কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিআইএছএফৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জনাইছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "প্ৰতিষ্ঠা দিৱসত, নিৰ্ভীক @CISFHQrs ৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জনাইছো। ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু প্ৰগতি সুদৃঢ়কৰণত তেওঁলোকৰ ভূমিকা অতিশয় উল্লেখনীয়। ২০১৯ ত, মই চিআইএছএফৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলো। মই তেতিয়া কি কৈছিলো ইয়াত তাৰ উল্লেখ কৰা হৈছে।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s economy resilient despite West Asia headwinds

Media Coverage

India’s economy resilient despite West Asia headwinds
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Nagaland meets Prime Minister
March 24, 2026