প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১০ ছেপ্টেম্বৰত নতুন দিল্লীত জি-২০ সন্মিলনৰ সময়ত নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত মাৰ্ক ৰুটৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

প্ৰধানমন্ত্ৰী ৰুটে ভাৰতৰ জি-২০ অধ্যক্ষতা আৰু সন্মিলনৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনায়। তেওঁ চন্দ্ৰযান অভিযানৰ সফলতাৰ বাবে ভাৰতক অভিনন্দন জনায় আৰু আদিত্য অভিযানৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে।

দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বিশুদ্ধ শক্তি আৰু সেউজ হাইড্ৰজেন, ছেমিকণ্ডাক্টৰ, চাইবাৰ আৰু ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি তেওঁলোকৰ দ্বিপাক্ষিক অংশীদাৰিত্ব গভীৰ কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে।

আলোচনাত পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহো সামৰি লোৱা হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design

Media Coverage

India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ছেপ্টেম্বৰ 2026
September 08, 2026

Viksit Bharat, Many Engines: Defence, Diplomacy, Growth & Green Power Under PM Modi