প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিউয়ৰ্কইউএছএত ভাৰতীয় আমেৰিকান গায়িকাসংগীতজ্ঞ তথা গ্ৰেমী পুৰস্কাৰ বিজয়ী সুশ্ৰী ফাল্গুনী শ্বাহৰ সৈতে সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে সুশ্ৰী শ্বাহৰ গীত 'এবাণ্ডেন্স ইন মিলেটছ'ৰ বাবে তেওঁৰ প্ৰশংসা কৰেযি স্বাস্থ্য আৰু পৰিৱেশৰ অনুকূল মোটা শস্য/মিলেটৰ বিষয়ে সজাগতা বৃদ্ধি কৰিছে। লগতেপ্ৰধানমন্ত্ৰীয়ে নিজৰ সংগীতৰ মাধ্যমত ভাৰত আৰু আমেৰিকাৰ জনসাধাৰণক একত্ৰিত কৰা বাবে তেওঁৰ শলাগ লয়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s semiconductor market to cross $100 billion by 2030, projects PM Modi; unveils Rs 3,300 cr Kaynes plant in Gujarat

Media Coverage

India’s semiconductor market to cross $100 billion by 2030, projects PM Modi; unveils Rs 3,300 cr Kaynes plant in Gujarat
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 মাৰ্চ 2026
March 31, 2026

 Building a Resilient Bharat: Record Progress in Banking, Infrastructure, EVs, and Conservation Under PM Modi