প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ জুন২০২৩ত ৱাশ্বিংটন ডিচিত এমেজনৰ অধ্যক্ষ তথা চিইঅ'শ্ৰী এণ্ড্ৰিউ আৰ জেছিক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰী আৰু শ্ৰী জেছিয়ে ই-কমাৰ্চ ক্ষেত্ৰৰ ওপৰত আলোচনা কৰে। তেওঁলোকে ভাৰতত লজিষ্টিক ক্ষেত্ৰত এমেজনৰ সৈতে আগলৈ সহযোগৰ সম্ভাৱনাৰ ওপৰতো আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতত এমএছএমইৰ ডিজিটেলীকৰণক উদগনি দিয়াৰ এমেজনৰ পদক্ষেপৰ আদৰণি জনায়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hands over 'Made in India' patrol vessel PS LESPWAR to Seychelles Coast Guard

Media Coverage

PM Modi hands over 'Made in India' patrol vessel PS LESPWAR to Seychelles Coast Guard
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুন 2026
June 27, 2026

Appreciation for PM Modi's Development-Focused and People-Centric Governance