প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ইমানুৱেল মেক্ৰনে ১৪ জুলাই২০২৩ত কোৱাই ডী'ওৰ্ছেপেৰিছত যুটীয়াভাৱে ভাৰত তথা ফ্ৰান্সৰ শীৰ্ষ চিইঅ'সকলৰ এটা গোটক সম্বোধন কৰে।

'ৰামত বিমান পৰিবহণনিৰ্মাণপ্ৰতিৰক্ষাপ্ৰযুক্তিইন্ধন আদিসহ বিভিন্ন ক্ষেত্ৰৰ চিইঅঅন্তৰ্ভুক্ত থাকে।

প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু অৰ্থনৈতিক সহযোগিতাক উৎসাহিত কৰাত উদ্যোগৰ নেতাসকলৰ ভূমিকাৰ প্ৰশংসা কৰে। তেওঁ নবীকৰণীয় ক্ষেত্ৰষ্টাৰ্টআপফাৰ্মাআইটিডিজিটেল পৰিশোধ আৰু আন্তঃগাঁথনি তথা বাণিজ্যক উদগণি দিয়া বিভিন্ন পদক্ষেপত ভাৰতৰ প্ৰগতিৰ ওপৰত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে সকলো চিইঅ'ক অনুপ্ৰাণিত কৰে যে তেওঁলোকে ভাৰতত বিনিয়োগৰ সুযোগৰ ব্যৱহাৰ কৰক আৰু ভাৰতৰ বিকাশ-গাঁথাৰ অংশ হওক।

'ৰামত নিম্নলিখিত চিইঅ'সকলে ভাগ লয়:

ক্ৰমাংক

নাম

পদ

সংগঠন

ফ্ৰান্সৰ পক্ষ

1

অগাষ্টিন ডি ৰোমানেট

মুখ্য কাৰ্যবাহী বিষয়া

এডিপি

2

গিলাউমে ফউৰী

মুখ্য কাৰ্যবাহী বিষয়া

এয়াৰবাছ

3

ফ্ৰাংকইছ জেকো

মুখ্য কাৰ্যবাহী বিষয়া

এয়াৰ লিকুইড

4

হেনৰি পপাৰ্ট লাফাৰ্জ

মুখ্য কাৰ্যবাহী বিষয়া

এলষ্টম

5

পল হাৰ্মেলিন

অধ্যক্ষ

কেপজেমিনি

6

লুক ৰেমণ্ট

মুখ্য কাৰ্যবাহী বিষয়া

ইডিএফ

7

লৰেণ্ট গাৰ্মেইন

মুখ্য কাৰ্যবাহী বিষয়া

এজিছ

8

পিয়েৰি-এৰিক পমেলেট

মুখ্য কাৰ্যবাহী বিষয়া

নেভেল গ্ৰুপ

9

পিটাৰ হাৰৱেক

মুখ্য কাৰ্যবাহী বিষয়া

স্নেইডাৰ ইলেক্ট্ৰিক

10

গাই ছাইডছ

মুখ্য কাৰ্যবাহী বিষয়া

ভাইকেট

11

ফ্ৰেংক ডিমেইলি

ডাইৰেক্টৰ জেনেৰেল এডজইণ্ট

এঞ্জি

12

ফিলিপ এৰেৰা

ডাইৰেক্টৰ গ্ৰুপ

ইণ্টাৰনেচনেল এট ৰিলেচন্স ইনষ্টিটিউশ্যনেল

ছাফ্ৰাণ

13

এন শ্ৰীধৰ

চিএফঅ'

ছেইণ্ট-গোবেইন

14

পেট্ৰিচ কেইন

মুখ্য কাৰ্যবাহী বিষয়া

থেলছ

15

নমিতা শ্বাহ

ডাইৰেক্টৰ জেনেৰেল ৱান টেক

টোটেল এনাৰ্জিছ

16

নিকোলাছ ব্ৰুছন

মুখ্য কাৰ্যবাহী বিষয়া

ব্লাব্লাকাৰ

ভাৰতৰ পক্ষ

1

হৰি এছ ভাৰতীয়া

সহ-অধ্যক্ষ

জুবিলিয়েণ্ট লাইফ ছাইঞ্চ লিমিটেড

2

চন্দ্ৰজিৎ বেনাৰ্জী ('ৰামৰ সচিবালয়)

সঞ্চালক প্ৰধান

কনফেডাৰেচন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰি (চিআইআই)

3

সৰোজ কুমাৰ পোদ্দাৰ

অধ্যক্ষ

এডভেণ্টজ গ্ৰুপ

4

তৰুণ মেহতা

মুখ্য কাৰ্যবাহী বিষয়া

এঠাৰ এনাৰ্জি

5

অমিত বি কল্যাণী

যুটীয়া পৰিচালন সঞ্চালক

ভাৰত ফৰ্জ

6

তেজ প্ৰীত চোপ্ৰা

সভাপতি চিইঅ'

ভাৰত লাইট পাৱাৰ প্ৰাইভেট লিমিটেড

7

অমন গুপ্তা

সহ প্ৰতিষ্ঠাপক

'

8

মিলিন্দ কাম্বলে

প্ৰতিষ্ঠাপক অধ্যক্ষ

দলিত ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চ ইণ্ডাষ্ট্ৰি (DICCI)

9

চিবি অনন্তকৃষ্ণন

অধ্যক্ষ তথা পৰিচালন সঞ্চালক

হিন্দুস্তান এৰোনটিক্স লিমিটেড (HAL)

10

বিষাদ মফতলাল

অধ্যক্ষ

পি মফৎলাল গ্ৰুপ

11

পৱন কুমাৰ চন্দনা

সহ প্ৰতিষ্ঠাপক

স্কাইৰুট এৰোস্পেচ প্ৰআঃ লিঃ

12

সুকৰণ সিংহ

চিইঅপৰিচালন সঞ্চালক

টাটা এডভাঞ্চড ছিষ্টেম

13

উমেশ চৌধুৰী

উপাধ্যক্ষ তথা পৰিচালন সঞ্চালক

তিতাগড় ৱাগন্স

14

সুদৰ্শন বেণু

পৰিচালন সঞ্চালক

টিভিএছ মটৰ কোম্পানী

15

বিক্ৰম শ্ৰফ

সঞ্চালক

ইউপিএল লিমিটেড

16

সন্দীপ সোমানি

অধ্যক্ষ পৰিচালন সঞ্চালক

সোমানি ইম্প্ৰেছা গ্ৰুপ

17

সংগীতা ৰেদ্দী

যুটীয়া পৰিচালন সঞ্চালক

এপলহস্পিটেল্স

18

শ্ৰীনাথ ৰবিচন্দ্ৰণ

সহ প্ৰতিষ্ঠাপক চিইঅ'

অগ্নিকূল

19

লক্ষ্মী মিট্টল

কাৰ্যবাহী অধ্যক্ষ

আৰ্চেলৰ মিট্টল

20

বিপুল পাৰেখ

সহ প্ৰতিষ্ঠাপক

বিগবাষ্কেট

21

সিদ্ধাৰ্থ জৈন

পৰিচালন সঞ্চালক

আইনক্স এয়াৰ প্ৰডাক্টছ

22

ৰাহুল ভাটিয়া

গ্ৰুপ মেনেজিং ডাইৰেক্টৰ

ইণ্টাৰগ্লোব এণ্টাৰপ্ৰাইজেছ

23

ভুৱন চন্দ্ৰ পাঠক

অধ্যক্ষ পৰিচালন সঞ্চালক

নিউক্লিয়েৰ পাৱাৰ কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিঃ (NPCIL)

24

পীটাৰ এলবাৰ্ছ

মুখ্য কাৰ্যবাহী বিষয়া

ইণ্ডিগো

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Suryapet, Telangana
August 26, 2026

The Prime Minister, Shri Narendra Modi expressed grief over the loss of lives due to a mishap at Suryapet, Telangana. Shri Modi also prayed for the speedy recovery of the injured.

The Prime Minister posted on X:

Distressed to learn about the mishap in Suryapet, Telangana. My thoughts are with those who have lost their loved ones. Praying for the speedy recovery of the injured: PM @narendramodi