প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলপক্কমত ভাৰতৰ প্ৰথম আৰু সম্পূৰ্ণৰূপে থলুৱা ‘ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰ’ৰ "ক’ৰ লোডিং" প্ৰক্ৰিয়াৰ আৰম্ভণি প্ৰত্যক্ষ কৰে।

তেওঁ কয় যে ব্যৱহাৰতকৈ অধিক ইন্ধন উৎপাদন কৰিব পৰা ‘ব্ৰিডাৰ ৰিয়েক্টৰ’-য়ে অৱশেষত ভাৰতৰ বিশাল ‘থোৰিয়াম ভাণ্ডাৰ’ৰ ব্যৱহাৰৰ পথ প্ৰশস্ত কৰিব।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"আজি আগবেলা কলপক্কমত ভাৰতৰ প্ৰথম আৰু সম্পূৰ্ণৰূপে থলুৱা প্ৰযুক্তিৰ ‘ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰ’ৰ "ক’ৰ লোডিং" প্ৰক্ৰিয়াৰ অৰম্ভণি প্ৰত্যক্ষ কৰিলো, যিয়ে ব্যৱহাৰ হোৱাতকৈ অধিক ইন্ধন উৎপাদন কৰিব পাৰে।

ই অৱশেষত ভাৰতৰ বিশাল ‘থোৰিয়াম ভাণ্ডাৰ’ৰ ব্যৱহাৰৰ পথ প্ৰশস্ত কৰিব আৰু এনেদৰে পাৰমাণৱিক ইন্ধন আমদানিৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিব।

ই ভাৰতক শক্তিৰ আত্মনিৰ্ভৰশীলতা আৰু ‘কাৰ্বনৰ নিৰ্গমণ শূণ্য’ কৰাৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰিব।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
National Technology Day Special: India’s patent boom is rewiring the auto industry

Media Coverage

National Technology Day Special: India’s patent boom is rewiring the auto industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মে’ 2026
May 12, 2026

Building a Trusted India: Modi's Leadership in Finance, Manufacturing, and Global Partnerships