ভাৰত আৰু থাইলেণ্ডৰ মাজৰ গভীৰ সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্কৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডৰ বেংককত থাই ৰামায়ণ, ৰামাকিয়েনৰ এক সমৃদ্ধ প্ৰদৰ্শন উপভোগ কৰে।

 

এক্সত পৃথক পৃথক পোষ্টত তেওঁ লিখেঃ

"এক অনন্য সাংস্কৃতিক সংযোগ!

 

থাই ৰামায়ণ ৰামাকিয়েনৰ এক আকৰ্ষণীয় অনুষ্ঠান উপভোগ কৰো। এয়া সঁচাকৈয়ে এক সমৃদ্ধ অভিজ্ঞতা যিয়ে ভাৰত আৰু থাইলেণ্ডৰ মাজত উমৈহতীয়া সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্ক সুন্দৰভাৱে প্ৰদৰ্শন কৰে।

 

ৰামায়ণে সঁচাকৈয়ে এছিয়াৰ বিভিন্ন প্ৰান্তৰজুৰি হৃদয় আৰু পৰম্পৰাক সংযোগ কৰি আছে।"

 

“ความสัมพันธ์ทางวัฒนธรรมที่ไม่เหมือนใคร! ได้ชมการแสดง รามเกียรติ์ ที่น่าหลงใหลซึ่งเป็นประสบการณ์ที่เต็มไปด้วยคุณค่า แสดงให้เห็นถึงความสัมพันธ์ทางวัฒนธรรมและอารยธรรมที่มีร่วมกันระหว่างอินเดียและไทยได้อย่างงดงาม รรามเกียรติ์ยังคงสานสัมพันธ์แห่งจิตวิญญาณและประเพณีในหลายพื้นที่ของเอเชียอย่างต่อเนื่อง”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India car sales to hit 4.7 million in FY26 despite bumps

Media Coverage

India car sales to hit 4.7 million in FY26 despite bumps
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 মাৰ্চ 2026
March 16, 2026

Thoughtful Strength: Balancing Security, Growth, and Autonomy Under PM Modi's Leadership