প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে সকলো দেশবাসীক দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছে। তেওঁ দেৱীৰ ওচৰত সকলোৰে সুখ আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰে।

টুইটাৰত প্ৰধানমন্ত্ৰীয়ে কয়, 

"সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকললৈ দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। মা দুৰ্গাই সকলোকে সুস্বাস্থ্য আৰু সুখী জীৱনৰ আশীৰ্বাদ কৰক।"

প্ৰধানমন্ত্ৰীয়ে আজি অষ্টমী পূজা উপলক্ষে মা মহা গৌৰীক প্ৰণাম জনাই আৰু এটা শ্ৰুতি শ্বেয়াৰ কৰে। 

"আজি মা মহাগৌৰীৰ বিশেষ পূজাৰ শুভ দিন। কৰুণাময়ী আৰু অমোঘ ফলদায়িনী দেৱী মাক প্ৰাৰ্থনা জনাইছো যাতে তেওঁ সকলো ভক্তক আশীৰ্বাদ কৰি কল্যাণ সাধন কৰে।"

 

The Prime Minister bowed to Maa Maha Gauri on Ashtami today and shared a Stuti.

"आज मां महागौरी की विशेष पूजा-अर्चना का पावन दिन है। करुणामयी और अमोघ फलदायिनी देवी मां से प्रार्थना है कि अपने सभी साधकों को आशीष देकर उनका कल्याण करें।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 'chalta hai' to 'badal sakta hai': Decoding PM Modi's Punctuality narrative

Media Coverage

From 'chalta hai' to 'badal sakta hai': Decoding PM Modi's Punctuality narrative
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 আগষ্ট 2026
August 23, 2026

From Free Coaching to 400+ Space Startups — India’s Atmanirbhar Leap Under PM Modi