প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সূদীৰ্ঘ ১২৭ বছৰৰ ব্যৱধানৰ অন্তত ভগৱান বুদ্ধৰ পবিত্ৰ পিপ্ৰহোৱা অৱশিষ্ট ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰাটোক প্ৰশংসা কৰি দেশৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ বাবে গৌৰৱ আৰু আনন্দৰ মুহূৰ্ত বুলি অভিহিত কৰে।

"বিকাশ ভী, বিৰাসত ভী"ৰ মনোভাৱ প্ৰতিফলিত কৰা এক বিবৃতিত প্ৰধানমন্ত্ৰীয়ে ভগৱান বুদ্ধৰ শিক্ষাৰ প্ৰতি ভাৰতৰ গভীৰ শ্ৰদ্ধা আৰু দেশৰ আধ্যাত্মিক আৰু ঐতিহাসিক ঐতিহ্য সংৰক্ষণৰ প্ৰতি অটল দায়বদ্ধতাক আলোকপাত কৰে।

এক্সৰ এটা থ্ৰেড পোষ্টত শ্ৰী মোদীয়ে লিখেঃ-

“আমাৰ সাংস্কৃতিক ঐতিহ্যৰ বাবে এক আনন্দৰ দিন!

১২৭ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত ভগৱান বুদ্ধৰ পবিত্ৰ পিপ্ৰহোৱা অৱশিষ্ট স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰিব। এই পবিত্ৰ অৱশিষ্টসমূহে ভগৱান বুদ্ধৰ সৈতে ভাৰতৰ ঘনিষ্ঠ সম্পৰ্ক আৰু তেওঁৰ মহান শিক্ষাৰ প্ৰতিফলন ঘটায়। ই আমাৰ গৌৰৱময় সংস্কৃতিৰ বিভিন্ন দিশ সংৰক্ষণ আৰু সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতাও প্ৰতিফলিত কৰে। #VikasBhiVirasatBhi”

‘পিপ্ৰহৱাৰ অৱশিষ্ট ১৮৯৮ চনত আৱিষ্কাৰ হৈছিল যদিও ঔপনিৱেশিক কালত ভাৰতৰ বাহিৰলৈ লৈ যোৱা হৈছিল। যেতিয়া এই বছৰৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় নিলামত এইবোৰ প্ৰকাশ পাইছিল, তেতিয়া আমি এইবোৰ যাতে ঘৰলৈ ঘূৰাই পঠিওৱা হয়, তাৰ বাবে আমি কাম কৰিছিলো।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India, US achieve diplomatic breakthrough with trade deal; tariffs on Indian goods cut to 18%

Media Coverage

India, US achieve diplomatic breakthrough with trade deal; tariffs on Indian goods cut to 18%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam emphasising the Power of Self-Confidence in Building a Developed India
February 03, 2026

Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam emphasizing the transformative role of self-confidence in realizing the vision of a developed India.

In a post on X, he wrote:

"आत्मविश्वास वह शक्ति है, जिसके बल पर सब कुछ संभव है। विकसित भारत के सपने को साकार करने में देशवासियों की यही शक्ति बहुत काम आने वाली है।

श्रीर्मङ्गलात् प्रभवति प्रागल्भ्यात् सम्प्रवर्धते।

दाक्ष्यात् तु कुरुते मूलं संयमात् प्रतितिष्ठति॥ "