প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্ৰাট পেৰুম্বিডুগু  মুথাৰাইয়াৰ দ্বিতীয়ৰ  (সুৱৰণ মাৰাণ)ৰ সন্মানত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি থিৰু চি.পি.  ৰাধাকৃষ্ণণে স্মাৰক ডাকটিকট মুকলি কৰাৰ পদক্ষেপক আদৰণি জনায়।  

 

শ্ৰী মোদীয়ে উল্লেখ কৰে যে সম্ৰাট পেৰুম্বিডুগু মুথাৰাইয়াৰ দ্বিতীয়ৰ  আছিল উল্লেখযোগ্য দৃষ্টিভংগী, দূৰদৰ্শিতা আৰু  মেধাৰে সমৃদ্ধ এগৰাকী বিশিষ্ট প্ৰশাসক। প্ৰধানমন্ত্ৰীয়ে সম্ৰাটৰ ন্যায়ৰ প্ৰতি থকা অটল দায়বদ্ধতা তথা তামিল সংস্কৃতিৰ এজন মহান পৃষ্ঠপোষক হিচাপে  মুথাৰাইয়াৰ দ্বিতীয়ৰ   বিশিষ্ট ভূমিকাৰ কথা  আলোকপাত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে দেশখনক —বিশেষকৈ যুৱক-যুৱতীসকলক—সন্মানীয়  সম্ৰাটজনৰ অসাধাৰণ জীৱন আৰু উত্তৰাধিকাৰৰ বিষয়ে অধিক জানিবলৈ আহ্বান জনায়, যাৰ অৱদানে প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

এক্সত দিয়া  পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে উল্লেখ কৰিছে:

 

“উপ- ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণণ  জীয়ে সম্ৰাট পেৰুম্বিডুগু মুথাৰাইয়াৰ দ্বিতীয়  (সুৱৰণ মাৰাণ)ৰ সন্মানত ডাকটিকট মুকলি কৰাত আনন্দিত হৈছো।তেওঁ আছিল উল্লেখযোগ্য দৃষ্টিভংগী, দূৰদৰ্শিতা আৰু   মেধাৰে ধন্য এগৰাকী বিশিষ্ট  প্ৰশাসক।তেওঁ ন্যায়ৰ প্ৰতি দায়বদ্ধতাৰ বাবে পৰিচিত আছিল।

 

তামিল সংস্কৃতিৰো তেওঁ আছিল এগৰাকী  মহান পৃষ্ঠপোষক। তেওঁৰ অসাধাৰণ জীৱনৰ বিষয়ে পঢ়িবলৈ  যুৱক-যুৱতীক আহ্বান জনাইছো।

@VPIndia

@CPR_VP”

 

 

“பேரரசர் இரண்டாம் பெரும்பிடுகு முத்தரையரை (சுவரன் மாறன்) கௌரவிக்கும் வகையில் சிறப்பு அஞ்சல் தலையைக் குடியரசு துணைத்தலைவர் திரு சி.பி. ராதாகிருஷ்ணன் அவர்கள் வெளியிட்டது மகிழ்ச்சி அளிக்கிறது. ஆற்றல்மிக்க நிர்வாகியான அவருக்குப் போற்றத்தக்க தொலைநோக்குப் பார்வையும், முன்னுணரும் திறனும், போர்த்தந்திர ஞானமும் இருந்தன. நீதியை நிலைநாட்டுவதில் அவர் உறுதியுடன் செயல்பட்டவர். அதேபோல் தமிழ் கலாச்சாரத்திற்கும் அவர் ஒரு மகத்தான பாதுகாவலராக இருந்தார். அவரது அசாதாரண வாழ்க்கையைப் பற்றி அதிகமான இளைஞர்கள் படிக்க வேண்டும் என்று நான் கேட்டுக்கொள்கிறேன்.

@VPIndia

@CPR_VP”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
WEF Davos: Industry leaders, policymakers highlight India's transformation, future potential

Media Coverage

WEF Davos: Industry leaders, policymakers highlight India's transformation, future potential
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 জানুৱাৰী 2026
January 20, 2026

Viksit Bharat in Motion: PM Modi's Reforms Deliver Jobs, Growth & Global Respect