প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ড’নাল্ড জে. ট্ৰাম্পে গাজা সংঘাতৰ অৱসান ঘটাবলৈ ঘোষণা কৰা বিস্তৃত পৰিকল্পনাক আদৰণি জনাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই পৰিকল্পনাই পেলেষ্টাইন আৰু ইজৰাইলৰ জনসাধাৰণৰ লগতে বৃহত্তৰ পশ্চিম এছিয়া অঞ্চলৰ বাবে দীৰ্ঘম্যাদী আৰু বহনক্ষম শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ এক কাৰ্য্যকৰী পথ প্ৰশস্ত কৰিছে।

শ্ৰী মোদীয়ে সংঘাতৰ অৱসান আৰু স্থায়ী শান্তি নিশ্চিতকৰণৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পদক্ষেপৰ সমৰ্থনত সংশ্লিষ্ট সকলো পক্ষ একত্ৰিত হ’ব বুলি আশা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰেঃ

“আমি ৰাষ্ট্ৰপতি ড’নাল্ড জে. ট্ৰাম্পে গাজা সংঘাতৰ অৱসান ঘটাবলৈ ঘোষণা কৰা বিস্তৃত পৰিকল্পনাক আদৰণি জনাইছোঁ। এই পৰিকল্পনাই পেলেষ্টাইন আৰু ইজৰাইলৰ জনসাধাৰণৰ লগতে বৃহত্তৰ পশ্চিম এছিয়া অঞ্চলৰ বাবে দীৰ্ঘম্যাদী আৰু বহনক্ষম শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ এক কাৰ্য্যকৰী পথ প্ৰশস্ত কৰিছে। আমি সংঘাতৰ অৱসান আৰু স্থায়ী শান্তি নিশ্চিতকৰণৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পদক্ষেপৰ সমৰ্থনত সংশ্লিষ্ট সকলো পক্ষ একত্ৰিত হ’ব বুলি আশা প্ৰকাশ কৰিলোঁ।

@realDonaldTrump

@POTUS”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year

Media Coverage

IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 এপ্ৰিল 2026
April 28, 2026

From Orchids to Expressways: PM Modi’s Blueprint for a Self-Reliant, Connected & Proud India