প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাৰ্ছৰ কোলহাপুৰ স্মাৰকত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পোলিছ জনসাধাৰণক আগবঢ়োৱা ৰাজকীয় ৰাজ্য কোলহাপুৰৰ উদাৰতাৰ প্ৰতি এই স্মাৰক উচৰ্গা কৰা হৈছে। কোলহাপুৰৰ বালিভাডেত স্থাপন কৰা শিবিৰটোৱে যুদ্ধৰ সময়ত পোলেণ্ডৰ লোকসকলক আশ্ৰয় প্ৰদান কৰিছিল। এই বসতিস্থলত মহিলা আৰু শিশুকে ধৰি প্ৰায় ৫,০০০ পোলেণ্ডৰ শৰণাৰ্থী আছিল। স্মাৰকত প্ৰধানমন্ত্ৰীয়ে কোলহাপুৰ শিবিৰত বাস কৰা পোলিছ লোক আৰু তেওঁলোকৰ বংশধৰসকলক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ এই স্মাৰক ভ্ৰমণে ভাৰত আৰু পোলেণ্ডৰ মাজত থকা এক বিশেষ ঐতিহাসিক সংযোগক উজ্জ্বল কৰি তুলিছে, আৰু যি আজিও লালিত-পালিত হৈ আছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Internet subscribers in India up 6.24% in March-26 quarter

Media Coverage

Internet subscribers in India up 6.24% in March-26 quarter
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasising that collective enthusiasm and actions prosper the nation
June 24, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam emphasising that the prosperity of the nation remains steadfast through collective dedication and endeavor. It is this very spirit that infuses society with new energy and paves the way to fulfill the resolutions of development.

The Prime Minister shared a Sanskrit Subhashitam-

"यत्रोत्साहसमारम्भो यत्रालस्यविहीनता।

नयविक्रमसंयोगस्तत्र श्रीरचला ध्रुवम्॥"

The Prime Minister posted on X:

"सामूहिक समर्पण और पुरुषार्थ से राष्ट्र की समृद्धि अक्षुण्ण रहती है। यही भावना समाज को नई ऊर्जा देती है और विकास के संकल्पों को सिद्धि तक पहुंचाने का मार्ग प्रशस्त करती है।

यत्रोत्साहसमारम्भो यत्रालस्यविहीनता।

नयविक्रमसंयोगस्तत्र श्रीरचला ध्रुवम्॥"