Prime Minister urges citizens to change the profile picture having tricolour on social media
Also urges to share selfie with Tiranga on harghartiranga.com

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ত্ৰিৰংগা থকা প্ৰ'ফাইল ছবি সলনি কৰিবলৈ আহ্বান জনাইছে। শ্ৰী মোদীয়ে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ তেওঁৰ প্ৰ'ফাইল ছবিখন ত্ৰিৰংগালৈ সলনি কৰে। হৰ ঘৰ ত্ৰিৰংগা আন্দোলনক এক স্মৰণীয় গণ আন্দোলন হিচাপে গঢ়ি তুলিবলৈ তেওঁ সকলোকে তেনে কৰিবলৈ আহ্বান জনায়।

 

শ্ৰী মোদীয়ে লগতে সকলোকে harghartiranga.comত ত্ৰিৰংগাৰ সৈতে ছেলফি শ্বেয়াৰ কৰিবলৈ আহ্বান জনায়।

 

এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

"এই বছৰৰ স্বাধীনতা দিৱস ওচৰ চাপি অহাৰ লগে লগে আহকচোন আমি পুনৰ #HarGharTirangaক এটা স্মৰণীয় গণ আন্দোলনত পৰিণত কৰোঁ। মই মোৰ প্ৰ'ফাইল ছবি সলনি কৰিছোঁ আৰু মই আপোনালোক সকলোকে অনুৰোধ জনাইছো যে একে কাম কৰি আমাৰ ত্ৰিৰংগা উদযাপনত মোৰ সৈতে অংশগ্ৰহণ কৰক। আৰু, harghartiranga.comত আপোনাৰ চেলফি ভাগ-বতৰা কৰক"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
New train services to boost Purvanchal connectivity from June 19

Media Coverage

New train services to boost Purvanchal connectivity from June 19
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the value of respect and appreciation
June 17, 2026

The Prime Minister, Shri Narendra Modi, said that affectionate respect and acceptance make an individual feel valued, proud and satisfied. He noted that such recognition not only enhances self-confidence but also infuses a person with renewed energy and enthusiasm.

The Prime Minister shared a Sanskrit Subhashitam-

“त्वत्सम्भावितमात्मानं बहु मन्यामहे वयम्‌ ।

प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः।। ”

The Subhashitam conveys that we feel extremely proud and blessed to be accepted with respect by any person, because it is absolutely true that respect given by great men strongly awakens self-confidence in a person about his own qualities.

The Prime Minister wrote on X;

“स्नेहपूर्ण सम्मान और स्वीकार्यता व्यक्ति को गर्व और संतोष का अनुभव कराती है। इससे जहां आत्मविश्वास बढ़ता है, वहीं एक नई ऊर्जा और उत्साह का भी संचार होता है।

त्वत्सम्भावितमात्मानं बहु मन्यामहे वयम्‌ ।

प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः।।”