মুখোৱা মা গংগাৰ শীতকালীন প্ৰবাসস্থলত প্ৰাৰ্থনা কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ মাৰ্চত উত্তৰাখণ্ড ভ্ৰমণ কৰিব। পুৱা প্ৰায় ৯:৩০ বজাত তেওঁ মুখোৱা মা গংগাৰ শীতকালীন প্ৰবাসস্থলত পূজা আৰু দৰ্শন কৰিব। পুৱা প্ৰায় ১০:৪০ বজাত তেওঁ ট্ৰেক আৰু বাইক ৰেলীৰ ফ্লেগ অফ কৰিব আৰু লগতে হৰচিলত ৰাজহুৱা অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰিব।

উত্তৰাখণ্ড চৰকাৰে এইবাৰ শীতকালীন পৰ্যটন কাৰ্যসূচী আৰম্ভ কৰিছে। ইতিমধ্যে গংগোত্ৰী, যমুনোত্ৰী, কেদাৰনাথ, বদ্ৰীনাথৰ শীতকালীন প্ৰবাসস্থানসমূহলৈ হাজাৰ হাজাৰ ভক্ত ভ্ৰমণ কৰিছে। ধৰ্মীয় পৰ্যটনক প্ৰসাৰিত কৰাৰ লগতে স্থানীয় অৰ্থনীতি, হোমষ্টে, পৰ্যটন ব্যৱসায় আদিক উন্নীত কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi