প্ৰধানমন্ত্ৰীয়ে মধ্য প্ৰদেশত প্ৰায় ১৯,২৬০ কোটি টকা মূল্যৰ প্ৰকল্প উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে পথ-সংযোগক বৃহৎ উদ্দীপনা যোগাই দিল্লী-বড়োদৰা এক্সপ্ৰেছৱে’ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব
পিএমএৱাই-গ্ৰামীণৰ অধীনত নিৰ্মিত ২.২ লাখৰো অধিক ঘৰৰ গৃহ-প্ৰৱেশত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব
জল জীৱন অভিযানৰ অধীনত প্ৰকল্পৰ আধাৰশিলা আৰু আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত ৯টা স্বাস্থ্য কেন্দ্ৰৰ উন্নয়নৰ আধাৰশিলাও স্থাপন কৰিব
৬৫০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে এই প্ৰকল্পসমূহ সম্পূর্ণ হৈ উঠাৰ লগে-লগে অঞ্চলটোৰ ৰেল আন্তঃগাঁথনি সুদৃঢ় হৈ উঠিব। ৰাজস্থানৰ ঐতিহাসিক স্থানসমূহলৈ পৰ্যটনৰো বৰ্ধন ঘটিব।
ইয়াৰ অধীনত প্ৰায় ১৪০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গৃহসমূহ তেখেতে উৎসৰ্গা কৰিব।
এই লক্ষ্যক আগুৱাই নিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে গোয়ালিয়ৰ আৰু শ্বেওপুৰ জিলাত ১৫৩০ কোটি টকাৰো অধিক মূল্যৰ জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।
সন্ত বল্লাভাচাৰ্য্যই প্ৰচাৰ কৰা পুষ্টিমাৰ্গৰ লাখ-লাখ অনুগামীৰ বিশ্বাসৰ প্ৰধান কেন্দ্ৰ এই নাথদ্বাৰা।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২ অক্টোবৰত ৰাজস্থান আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে পুৱা প্ৰায় ১০:৪৫ বজাত ৰাজস্থানৰ চিতোৰগড়ত প্ৰায় ৭,০০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লি প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীগৰাকী গোয়ালিয়ৰত উপস্থিত হ’ব আৰু প্ৰায় ১৯,২৬০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক পদক্ষেপ ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।

চিতোৰগড়ত প্ৰধানমন্ত্ৰী

ইয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে গেছ-ভিত্তিক অৰ্থনীতিক অধিক প্ৰোৎসাহিতকৰণৰ অৰ্থে আন এটি পদক্ষেপ হিচাপে মেহছানা-ভাটিণ্ডা-গুৰদাসপুৰ গেছ পাইপলাইন উৎসৰ্গা কৰিব। প্ৰায় ৪৫০০ কোটি টকা ব্যয় সাপেক্ষে এই পাইপলাইন স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে আবু ৰোডত এইচপিচিএলৰ এলপিজি প্ৰকল্পও উৎসৰ্গা কৰিব। এই উদ্যোগটোৱে বছৰি ৮৬ লাখ চিলিণ্ডাৰ বটলিং আৰু বিতৰণ কৰিব। ইয়াৰ উপৰিও তেখেতে আইঅ’চিএলৰ আজমেৰ বটলিং প্লান্টৰ অতিৰিক্ত ষ্ট’ৰেজো উৎসৰ্গা কৰিব।

১৪৮০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দৰাহ-ঝালাৱাৰ-তীন্দৰ অংশৰ ১২ নং ৰাষ্ট্ৰীয় ঘাইপথত (নতুন ৰাষ্ট্ৰীয় ঘাইপথ-৫২) ৪-লেনযুক্ত পথ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই প্ৰকল্পই কোটা আৰু ঝালাৱাৰ জিলাৰ খনিৰ উৎপাদিত সামগ্ৰীৰ পৰিবহণ সহজ কৰি তোলাত সহায় কৰিব। ইয়াৰ উপৰিও ছাৱাই মাধোপুৰত ৰেলৱে অভাৰ ব্ৰীজ (ROB) দুটা লেনৰপৰা চাৰি লেনলৈ নিৰ্মাণ আৰু বহলকৰণ কামৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পই যান-জঁটৰ সমস্যাৰপৰা সকাহ প্ৰদানত সহায় কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা ৰেল প্ৰকল্পসমূহৰ ভিতৰত চিতোৰগড়-নিমুচ ৰেলপথ আৰু কোটা–চিতোৰগড় বিদ্যুৎ-চালিত ৰেল লাইন দ্বৈতকৰণেৰে জড়িত প্ৰকল্পসমূহো অন্তৰ্ভুক্ত হৈছে। ৬৫০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে এই প্ৰকল্পসমূহ সম্পূর্ণ হৈ উঠাৰ লগে-লগে অঞ্চলটোৰ ৰেল আন্তঃগাঁথনি সুদৃঢ় হৈ উঠিব। ৰাজস্থানৰ ঐতিহাসিক স্থানসমূহলৈ পৰ্যটনৰো বৰ্ধন ঘটিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বদেশ দৰ্শন আঁচনিৰ অধীনত নাথদ্বাৰাত বিকশিত পৰ্যটনৰ সুবিধাসমূহ উৎসৰ্গা কৰিব। সন্ত বল্লাভাচাৰ্য্যই প্ৰচাৰ কৰা পুষ্টিমাৰ্গৰ লাখ-লাখ অনুগামীৰ বিশ্বাসৰ প্ৰধান কেন্দ্ৰ এই নাথদ্বাৰা। নাথদ্বাৰাত আধুনিক ‘পৰ্যটক ইন্টাৰপ্ৰিটেচন আৰু সাংস্কৃতিক কেন্দ্ৰ’ গঢ়ি তোলা হৈছে। ইয়াত পৰ্যটকসকলে শ্ৰীনাথজীৰ জীৱনৰ ভিন্ন দিশৰ অভিজ্ঞতা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, কোটাৰ স্থায়ী চৌহদো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।

গোয়ালিয়ৰত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৯,২৬০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক পদক্ষেপ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।

সমগ্ৰ দেশতে যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ বাবে আন এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে দিল্লী-বড়োদৰা এক্সপ্ৰেছৱে’ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। প্ৰায় ১১,৮৯৫ কোটি টকা ব্যয়-সাপেক্ষে এই এক্সপ্ৰেছৱে’ নিৰ্মাণ কৰা হৈছে। তদুপৰি, তেখেতে ১৮৮০ কোটি টকাৰো অধিক মূল্যৰ পাঁচটা ভিন্ন পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

সকলোৰে এটা নিজা গৃহ থকাটো নিশ্চিতকৰণৰ অৰ্থে প্ৰধানমন্ত্ৰীগৰাকীয়ে অহ-ৰহ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। এই দৃষ্টিভংগীৰে সংগতি ৰাখি পিএমএৱাই-গ্ৰামীণৰ অধীনত নিৰ্মিত ২.২ লাখৰো অধিক ঘৰৰ গৃহপ্ৰৱেশ কাৰ্য্যসূচী প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিব। ইয়াৰ অধীনত প্ৰায় ১৪০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গৃহসমূহ তেখেতে উৎসৰ্গা কৰিব।

চৰকাৰৰ এটা মূল লক্ষ্য হৈছে বিশুদ্ধ আৰু পৰ্য্যাপ্ত খোৱাপানীৰ ব্যৱস্থা কৰা। এই লক্ষ্যক আগুৱাই নিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে গোয়ালিয়ৰ আৰু শ্বেওপুৰ জিলাত ১৫৩০ কোটি টকাৰো অধিক মূল্যৰ জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে অঞ্চলটোৰ ৭২০ খনৰো অধিক গাঁৱক উপকৃত কৰিব।

স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনিৰ অধিক উন্নয়ন সাধনৰ অৰ্থে এটি পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত ৯টা স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। ১৫০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে এয়া বিকশিত কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে আইআইটি, ইন্দোৰৰ শৈক্ষিক ভৱন উৎসৰ্গাৰে চৌহদত হোষ্টেল আৰু আন-আন ভৱনৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰীয়ে ইন্দোৰত মাল্টি মডাল লজিষ্টিক পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰিও তেখেতে উজ্জয়িনীত সংহত ঔদ্যোগিক টাউনশ্বিপ, আইঅ’চিএল বটলিং প্লান্ট, গোয়ালিয়ৰৰ অটল বিহাৰী বাজপায়ী দিব্যাংগ ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ আদিৰ লগতে একাধিক প্ৰকল্প উৎসৰ্গা কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
 World Exclusive | Almost like a miracle: Putin praises India's economic rise since independence

Media Coverage

World Exclusive | Almost like a miracle: Putin praises India's economic rise since independence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India–Russia friendship has remained steadfast like the Pole Star: PM Modi during the joint press meet with Russian President Putin
December 05, 2025

Your Excellency, My Friend, राष्ट्रपति पुतिन,
दोनों देशों के delegates,
मीडिया के साथियों,
नमस्कार!
"दोबरी देन"!

आज भारत और रूस के तेईसवें शिखर सम्मेलन में राष्ट्रपति पुतिन का स्वागत करते हुए मुझे बहुत खुशी हो रही है। उनकी यात्रा ऐसे समय हो रही है जब हमारे द्विपक्षीय संबंध कई ऐतिहासिक milestones के दौर से गुजर रहे हैं। ठीक 25 वर्ष पहले राष्ट्रपति पुतिन ने हमारी Strategic Partnership की नींव रखी थी। 15 वर्ष पहले 2010 में हमारी साझेदारी को "Special and Privileged Strategic Partnership” का दर्जा मिला।

पिछले ढाई दशक से उन्होंने अपने नेतृत्व और दूरदृष्टि से इन संबंधों को निरंतर सींचा है। हर परिस्थिति में उनके नेतृत्व ने आपसी संबंधों को नई ऊंचाई दी है। भारत के प्रति इस गहरी मित्रता और अटूट प्रतिबद्धता के लिए मैं राष्ट्रपति पुतिन का, मेरे मित्र का, हृदय से आभार व्यक्त करता हूँ।

Friends,

पिछले आठ दशकों में विश्व में अनेक उतार चढ़ाव आए हैं। मानवता को अनेक चुनौतियों और संकटों से गुज़रना पड़ा है। और इन सबके बीच भी भारत–रूस मित्रता एक ध्रुव तारे की तरह बनी रही है।परस्पर सम्मान और गहरे विश्वास पर टिके ये संबंध समय की हर कसौटी पर हमेशा खरे उतरे हैं। आज हमने इस नींव को और मजबूत करने के लिए सहयोग के सभी पहलुओं पर चर्चा की। आर्थिक सहयोग को नई ऊँचाइयों पर ले जाना हमारी साझा प्राथमिकता है। इसे साकार करने के लिए आज हमने 2030 तक के लिए एक Economic Cooperation प्रोग्राम पर सहमति बनाई है। इससे हमारा व्यापार और निवेश diversified, balanced, और sustainable बनेगा, और सहयोग के क्षेत्रों में नए आयाम भी जुड़ेंगे।

आज राष्ट्रपति पुतिन और मुझे India–Russia Business Forum में शामिल होने का अवसर मिलेगा। मुझे पूरा विश्वास है कि ये मंच हमारे business संबंधों को नई ताकत देगा। इससे export, co-production और co-innovation के नए दरवाजे भी खुलेंगे।

दोनों पक्ष यूरेशियन इकॉनॉमिक यूनियन के साथ FTA के शीघ्र समापन के लिए प्रयास कर रहे हैं। कृषि और Fertilisers के क्षेत्र में हमारा करीबी सहयोग,food सिक्युरिटी और किसान कल्याण के लिए महत्वपूर्ण है। मुझे खुशी है कि इसे आगे बढ़ाते हुए अब दोनों पक्ष साथ मिलकर यूरिया उत्पादन के प्रयास कर रहे हैं।

Friends,

दोनों देशों के बीच connectivity बढ़ाना हमारी मुख्य प्राथमिकता है। हम INSTC, Northern Sea Route, चेन्नई - व्लादिवोस्टोक Corridors पर नई ऊर्जा के साथ आगे बढ़ेंगे। मुजे खुशी है कि अब हम भारत के seafarersकी polar waters में ट्रेनिंग के लिए सहयोग करेंगे। यह आर्कटिक में हमारे सहयोग को नई ताकत तो देगा ही, साथ ही इससे भारत के युवाओं के लिए रोजगार के नए अवसर बनेंगे।

उसी प्रकार से Shipbuilding में हमारा गहरा सहयोग Make in India को सशक्त बनाने का सामर्थ्य रखता है। यह हमारेwin-win सहयोग का एक और उत्तम उदाहरण है, जिससे jobs, skills और regional connectivity – सभी को बल मिलेगा।

ऊर्जा सुरक्षा भारत–रूस साझेदारी का मजबूत और महत्वपूर्ण स्तंभ रहा है। Civil Nuclear Energy के क्षेत्र में हमारा दशकों पुराना सहयोग, Clean Energy की हमारी साझा प्राथमिकताओं को सार्थक बनाने में महत्वपूर्ण रहा है। हम इस win-win सहयोग को जारी रखेंगे।

Critical Minerals में हमारा सहयोग पूरे विश्व में secure और diversified supply chains सुनिश्चित करने के लिए महत्वपूर्ण है। इससे clean energy, high-tech manufacturing और new age industries में हमारी साझेदारी को ठोस समर्थन मिलेगा।

Friends,

भारत और रूस के संबंधों में हमारे सांस्कृतिक सहयोग और people-to-people ties का विशेष महत्व रहा है। दशकों से दोनों देशों के लोगों में एक-दूसरे के प्रति स्नेह, सम्मान, और आत्मीयताका भाव रहा है। इन संबंधों को और मजबूत करने के लिए हमने कई नए कदम उठाए हैं।

हाल ही में रूस में भारत के दो नए Consulates खोले गए हैं। इससे दोनों देशों के नागरिकों के बीच संपर्क और सुगम होगा, और आपसी नज़दीकियाँ बढ़ेंगी। इस वर्ष अक्टूबर में लाखों श्रद्धालुओं को "काल्मिकिया” में International Buddhist Forum मे भगवान बुद्ध के पवित्र अवशेषों का आशीर्वाद मिला।

मुझे खुशी है कि शीघ्र ही हम रूसी नागरिकों के लिए निशुल्क 30 day e-tourist visa और 30-day Group Tourist Visa की शुरुआत करने जा रहे हैं।

Manpower Mobility हमारे लोगों को जोड़ने के साथ-साथ दोनों देशों के लिए नई ताकत और नए अवसर create करेगी। मुझे खुशी है इसे बढ़ावा देने के लिए आज दो समझौतेकिए गए हैं। हम मिलकर vocational education, skilling और training पर भी काम करेंगे। हम दोनों देशों के students, scholars और खिलाड़ियों का आदान-प्रदान भी बढ़ाएंगे।

Friends,

आज हमने क्षेत्रीय और वैश्विक मुद्दों पर भी चर्चा की। यूक्रेन के संबंध में भारत ने शुरुआत से शांति का पक्ष रखा है। हम इस विषय के शांतिपूर्ण और स्थाई समाधान के लिए किए जा रहे सभी प्रयासों का स्वागत करते हैं। भारत सदैव अपना योगदान देने के लिए तैयार रहा है और आगे भी रहेगा।

आतंकवाद के विरुद्ध लड़ाई में भारत और रूस ने लंबे समय से कंधे से कंधा मिलाकर सहयोग किया है। पहलगाम में हुआ आतंकी हमला हो या क्रोकस City Hall पर किया गया कायरतापूर्ण आघात — इन सभी घटनाओं की जड़ एक ही है। भारत का अटल विश्वास है कि आतंकवाद मानवता के मूल्यों पर सीधा प्रहार है और इसके विरुद्ध वैश्विक एकता ही हमारी सबसे बड़ी ताक़त है।

भारत और रूस के बीच UN, G20, BRICS, SCO तथा अन्य मंचों पर करीबी सहयोग रहा है। करीबी तालमेल के साथ आगे बढ़ते हुए, हम इन सभी मंचों पर अपना संवाद और सहयोग जारी रखेंगे।

Excellency,

मुझे पूरा विश्वास है कि आने वाले समय में हमारी मित्रता हमें global challenges का सामना करने की शक्ति देगी — और यही भरोसा हमारे साझा भविष्य को और समृद्ध करेगा।

मैं एक बार फिर आपको और आपके पूरे delegation को भारत यात्रा के लिए बहुत बहुत धन्यवाद देता हूँ।