Transportation is the key to development for any city and any country. India is one of the world's countries where urbanization is taking place at a fast pace: Prime Minister Modi
PM Modi reiterates the government’s vision of ‘Housing for All’ by 2022 when India celebrates its 75th year of independence
After 2014 we decided that the speed of laying the metro line would also increase and scale would also increase: Prime Minister
From Kargil to Kanyakumari, Kutch to Kamrup, if you travel, you will know at what speed and at how many levels the work is going on: PM Modi
Our focus is on creating next-gen infrastructure: PM Modi
PM Modi reiterates the Union Government's vision of "Housing For All" by 2022

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰত আৱাসগৃহ আৰু নগৰীয়া উন্নয়ন বিষয়ক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি কৰে৷

কল্যাণত এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে দুটা গুৰুত্বপূৰ্ণ মেট্ৰ’ কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰে এটা হ’ল থানে-ভিৱান্দী-কল্যাণ মেট্ৰ’ আৰু আনটো হ’ল দাহিছাৰ-মিৰা-ভায়ান্দাৰ মেট্ৰ’৷ এই ক’ৰিডৰ দুটাই অঞ্চলটোৰ ৰাজহুৱা পৰিবহণ সেৱা অধিক উন্নত কৰি তুলিব৷

কল্যাণত তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৯০,০০০ ইউনিটৰ ইডব্লিউএছ আৰু এলআইজি হাউচিং আঁচনি মুকলি কৰে৷ এই প্ৰকল্পৰ মুঠ ব্যয় হৈছে প্ৰায় ৩৩,০০০ কোটি৷

ইফালে, পুনেত প্ৰধানমন্ত্ৰীয়ে পুনে মেট্ৰ’ পৰ্যায়-৩ৰ আধাৰশিলা স্থাপন কৰে৷

কল্যাণত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দৃষ্টিগোচৰ কৰায় কিদৰে কেন্দ্ৰীয় চৰকাৰে আন্তঃগাথনি আৰু ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ উন্নয়নক গতি প্ৰদান কৰিছে৷ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ‘২০২২ৰ ভিতৰত সকলোৰে বাবে আৱাসগৃহ’ নীতিৰ কথা সোঁৱৰাই দিয়ে৷

পুনেত উপস্থিত জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে যোগাযোগ ব্যৱস্থাৰ আন্তঃগাথনি উন্নয়নত অত্যন্ত গুৰুত্ব আৰোপ কৰিছে৷ ষ্টাৰ্ট আপ ইণ্ডিয়া আৰু অটল ইন’ভেচন মিছনৰ মাধ্যমেৰে ভাৰত এতিয়া হৈ পৰিছে প্ৰযুক্তিৰ কেন্দ্ৰস্থল৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech at Kalyan, Maharashtra

Click here to read full text speech at Pune, Maharashtra

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Since 2019, a total of 1,106 left wing extremists have been 'neutralised': MHA

Media Coverage

Since 2019, a total of 1,106 left wing extremists have been 'neutralised': MHA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 ডিচেম্বৰ 2025
December 13, 2025

PM Modi Citizens Celebrate India Rising: PM Modi's Leadership in Attracting Investments and Ensuring Security