প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে তৃতীয় আগষ্টৰ দুপৰীয়া ১২টা ৩০ মিনিটত গুজৰাটত প্রধানমন্ত্রী গৰীব কল্যাণ অন্ন যোজনাৰ সুবিধাভোগীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত মত বিনিময় কৰিব।

 

এই প্রকল্প সম্পর্কে মানুহৰ মাজত সচেতনতা গঢ়ি তুলিবলৈ এক বিশেষ কর্মসূচীৰ সূচনা কৰা হ'ব।

 

প্রধানমন্ত্রী গৰীব কল্যাণ অন্ন যোজনা (পিএমজিকেএৱাই) সম্পর্কে : 

 

কোভিড – ১৯ মহামাৰীৰ ফলত আর্থিক সঙ্কটত পৰা লোকসকলৰ সুবিধাৰ বাবে আৰু তেওঁলোকৰ  খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ প্রধানমন্ত্রীয়ে পিএমজিকেএৱাইৰ সূচনা কৰিছে। এই যোজনাত জাতীয় খাদ্য সুৰক্ষা আইনত থকা সকলো সুবিধাভোগীৰ বাবে গাইপতি ৫ কেজি অতিৰিক্ত খাদ্যশস্য দিয়া হয়।

 

গুজৰাটৰ মুখ্যমন্ত্রী আৰু উপমুখ্যমন্ত্রী এই অনুষ্ঠানত উপস্থিত থাকিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PSBs post record ₹1.98 trillion net profit in FY26 amid robust growth

Media Coverage

PSBs post record ₹1.98 trillion net profit in FY26 amid robust growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মে’ 2026
May 12, 2026

Building a Trusted India: Modi's Leadership in Finance, Manufacturing, and Global Partnerships