জন ঔষধি দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ মাৰ্চৰ দুপৰীয়া ১২.৩০বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে জন ঔষধি যোজনাৰ স্বত্তাধিকাৰী আৰু উপভোক্তাসকলৰ সৈতে মতবিনিময় কৰিব। মতবিনিময়ৰ পিছত তেওঁ অুষ্ঠানত ভাষণ আগবঢ়াব। এই অনুষ্ঠানৰ বিষয়বস্তু হ’ল-‘জন ঔষধি, জন উপযোগী।’

জেনেৰিক ঔষধ আৰু জন ঔষধি যোজনাৰ উপযোগিতা সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ ১ মাৰ্চৰ পৰা দেশজুৰি জন ঔষধি সপ্তাহ পালন কৰা হৈছে।

দেশৰ নাগৰিকক সূলভমূল্য আৰু সহজলভ্য দৰৱ আগবঢ়াবলৈ প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে দেশৰ ভিন্ন প্ৰান্তত এতিয়ালৈকে ৮৬০০টা জন ঔষধি কেন্দ্ৰ গঢ়ি তোলা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026 aims to build job-ready, formal talent base, say experts

Media Coverage

Budget 2026 aims to build job-ready, formal talent base, say experts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Highlights the Power of Laughter for Health and Happiness sharing a Sanskrit Subhashitam
February 04, 2026

Prime Minister Shri Narendra Modi today shared an inspiring message rooted in ancient wisdom, emphasizing the timeless value of laughter as the best medicine.

Quoting a Sanskrit verse on X, the Prime Minister underscored that:

"औषधेष्वपि सर्वेषु हास्यं श्रेष्ठं वदन्ति ह।
स्वाधीनं सुलभं चैवारोग्यानन्दविवर्धनम्।। "