প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ অক্টোবৰ, ২০২১ত পুৱা ১০:৩০ বজাত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে নতুন দিল্লীৰ এইমছৰ ঝাজ্জৰ কেম্পাছত নেচনেল কেঞ্চাৰ ইনষ্টিটিউট (এনচিআই)ত ইনফছীছ ফাউণ্ডেশ্যন বিশ্ৰাম সদন উদ্ঘাটন কৰিব, আৰু ইয়াৰ পিছতে এই উপলক্ষে তেওঁ ভাষণ দিব।

৮০৬খন বিছনাযুক্ত বিশ্ৰাম সদনটো কৰ্পৰেট ছচিয়েল ৰেচপন্সিবিলিটীৰ অংশ হিচাপে সাজি উলিয়াইছে ইনফছীছ ফাউণ্ডেশ্যনে, ইয়াৰ জৰিয়তে কৰ্কট ৰোগীসকলৰ লগত থকা এটেণ্ডেণ্টসকলক বাতানুকূল থকাৰ সুবিধা প্ৰদান কৰা হ'ব, যিসকল দীৰ্ঘ সময়ৰ বাবে হাস্পতালত থাকিবলগীয়া হয়। ইয়াক প্ৰায় ৯৩ কোটি টকা ব্যয়েৰে ফাউণ্ডেশ্যনে সাজি উলিয়াইছে। ই হাস্পতাল আৰু এনচিআইৰ অ'পিডি ব্লকবিলাকৰ ওচৰতে অৱস্থিত।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী মনসুখ মন্দাভিয়া, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল খট্টৰ আৰু ইনফছীছ ফাউণ্ডেশ্যনৰ অধ্যক্ষ শ্ৰীমতী সুধা মূৰ্তিও অনুষ্ঠানত উপস্থিত থাকিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
FPOs’ sales rise via commodity exchanges in FY26

Media Coverage

FPOs’ sales rise via commodity exchanges in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 মে’ 2026
May 11, 2026

Society Above Politics: PM Modi’s Call for a Stronger, Self-Reliant & Sacred Bharat