প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ জুলাই, ২০২২ৰ বিয়লি ৪.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে অগ্ৰদূত বাতৰি কাকত গ্ৰুপৰ স্বৰ্ণ জয়ন্তী উদযাপন অনুষ্ঠান উদ্বোধন কৰিব৷ এই উপলক্ষে অগ্ৰদূত বাতৰি কাকত গ্ৰুপৰ স্বৰ্ণ জয়ন্তী উদযাপন কমিটীৰ মুখ্য পৃষ্ঠপোষক অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব৷

অগ্ৰদূত কাকতখন প্ৰথমে অসমীয়া দ্বিসপ্তাহিক হিচাপে আৰম্ভ কৰিছিল৷ অসমৰ জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকাই এই কাকতখন প্ৰতিষ্ঠা কৰিছিল৷ ১৯৯৫ চনত দৈনিক অগ্ৰদূত নামেৰে এখন দৈনিক বাতৰি কাকত হিচাপে প্ৰকাশৰ কাম আৰম্ভ হয় আৰু ই অসমৰ এক বিশ্বাসযোগ্য আৰু প্ৰভাৱশালী কণ্ঠস্বৰ হিচাপে বিকশিত হৈছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump

Media Coverage

India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi