প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ মধ্য প্ৰদেশত প্ৰায় ১৭,০০০ কোটি টকা ব্যয়সাপেক্ষ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰলৈ উচৰ্গা কৰাৰ উপৰি এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব
জলসিঞ্চন, বিদ্যুৎ, পথ, ৰে’ল, পানী যোগান, কয়লা আৰু উদ্যোগকে ধৰি খণ্ডসমূহে গুৰুত্বপূৰ্ণ গতি লাভ কৰিব
জনসাধাৰণক চৰকাৰী সেৱা প্ৰদানৰ মান উন্নত কৰাৰ দিশত এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে মধ্য প্ৰদেশত ‘চাইবাৰ তহচিল প্ৰকল্প’ আৰম্ভ কৰিব
এই প্ৰকল্পসমূহৰ শুভাৰম্ভই মধ্য প্ৰদেশত আন্তঃগাঁথনি, আৰ্থসামাজিক বিকাশ আৰু স্বাচ্ছন্দ্যপূৰ্ণ জীৱনধাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ উৎসাহ প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক গুৰুত্ব আৰোপ কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে আবেলি ৪ বজাত ‘ভিডিঅ' কনফাৰেন্স’-ৰ জৰিয়তে 'বিকশিত ভাৰত বিকশিত মধ্য প্ৰদেশ' কাৰ্যসূচীত ভাষণ প্ৰদান কৰিব।  এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু সমগ্ৰ মধ্যপ্ৰদেশত প্ৰায় ১৭,০০০ কোটি টকা ব্যয়সাপেক্ষ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই প্ৰকল্পসমূহে জলসিঞ্চন, বিদ্যুৎ, পথ, ৰে'ল, পানী যোগান, কয়লা, উদ্যোগকে ধৰি কেবাটাও খণ্ডই গুৰুত্বপূৰ্ণ গতি লাভ কৰিব। প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশত ‘চাইবাৰ তহচিল প্ৰকল্প’ও আৰম্ভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশত ৫৫০০ কোটি টকাৰো অধিক মূল্যৰ জলসিঞ্চন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ‘উজনি নৰ্মদা প্ৰকল্প’, ‘ৰাঘৱপুৰ বহুমুখী প্ৰকল্প’, ‘বাসনিয়া বহুমুখী প্ৰকল্প’। এই প্ৰকল্পসমূহে দিনডোৰী, অনুপপুৰ আৰু মাণ্ডলা জিলাৰ ৭৫,০০০ হেক্টৰৰো অধিক কৃষিভূমিত জলসিঞ্চনৰ দিহা কৰাৰ লগতে অঞ্চলটোত বিদ্যুৎ যোগান আৰু খোৱা পানীৰ প্ৰবহণ বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত ৮০০ কোটিতকৈয়ো অধিক বিনিয়োগৰে নিৰ্মাণ কৰা দুটা ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পও দেশবাসীলৈ উৎসৰ্গা কৰিব। প্ৰকল্পকেইটা হৈছে ‘পৰশদোহ ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প’ আৰু ‘আউলিয়া মাইক্ৰ' জলসিঞ্চন প্ৰকল্প’। এই ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পসমূহে বেতুল আৰু খাণ্ডৱা জিলাৰ ২৬,০০০ হেক্টৰৰো অধিক কৃষিভূমিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।

প্ৰধানমন্ত্ৰীয়ে ২২০০ কোটি টকাতকৈয়ো অধিক ব্যয়েৰে নিৰ্মাণ কৰা তিনিটা ৰে'ল প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। প্ৰকল্পকেইটাৰ ভিতৰত আছে ‘বিৰঙ্গনা লক্ষ্মীবাই ঝান্সি – জাখলাউন আৰু ধৌৰা – আগাচোড় পথৰ তৃতীয় পথ প্ৰকল্প’; ‘নিউ চুমাওলি-জোৰা আলাপুৰ ৰে’লপথত গজ ৰূপান্তৰণ প্ৰকল্প’; আৰু ‘পোৱাৰখেড়া-জুঝাৰপুৰ ৰে'লপথৰ ফ্লাইঅভাৰ নিৰ্মাণ প্ৰকল্প’। এই প্ৰকল্পসমূহে ৰে'লৰ সংযোগ উন্নত কৰিব আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশত অৰিহণা যোগাব।

ৰাজ্যখনৰ ঔদ্যোগিক বিকাশত গতি প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ মধ্যপ্ৰদেশত প্ৰায় ১০০০ কোটি টকাৰ একাধিক ঔদ্যোগিক প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। প্ৰকল্পসমূহৰ ভিতৰত আছে মোৰেনা জিলাৰ ‘সীতাপুৰত মেগা লেডাৰ, ফুটৱেৰ আৰু আনুষঙ্গিক ক্লাষ্টাৰ’; ইন্দোৰত পোছাক উদ্যোগৰ বাবে ‘প্লাগ এণ্ড প্লে’ পাৰ্ক’; ‘ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক মাণ্ডসৌৰ’ (জগ্গাখেড়ি পৰ্যায়-২); আৰু ধাৰ জিলাৰ ‘ঔদ্যোগিক উদ্যান পিথামপুৰ’ৰ উন্নীতকৰণ।

প্ৰধানমন্ত্ৰীয়ে ‘জয়ন্ত অ'চিপি চিএইচপি চাইলো’, ‘এনচিএল চিংৰাউলি আৰু দুধিচুয়া অচিপি চিএইচপি-চাইলো’কে ধৰি ১০০০ কোটিতকৈয়ো অধিক মূল্যৰ কয়লা খণ্ডৰ প্ৰকল্পসমূহ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব।

মধ্যপ্ৰদেশৰ শক্তিখণ্ডক শক্তিশালী কৰাৰ উদ্দেশ্যে পান্না, ৰাইচেন, ছিন্দৱাৰা আৰু নৰ্মদাপুৰম জিলাত স্থাপন কৰিবলৈ লোৱা ছটা উপকেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। এই উপকেন্দ্ৰসমূহে ৰাজ্যখনৰ এঘাৰখন জিলা যেনে ভূপাল, পান্না, ৰাইচেন, ছিন্দৱাৰা, নৰ্মদাপুৰম, বিদিশা, সাগৰ, দামোহ, ছত্ৰপুৰ, হাৰদা আৰু চেহোৰৰ অঞ্চলটোৰ লোকসকলক উপকৃত কৰিব। উপকেন্দ্ৰসমূহে ‘মাণ্ডিদীপ ঔদ্যোগিক ক্ষেত্ৰ’ৰ উদ্যোগসমূহকো লাভান্বিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে ‘অম্ৰুত ২.০’ৰ অধীনত প্ৰায় ৮৮০ কোটি টকাৰ বিভিন্ন প্ৰকল্প আৰু ৰাজ্যৰ কেবাখনো জিলাত পানী যোগান প্ৰণালী সম্প্ৰসাৰণ আৰু শক্তিশালী কৰাৰ বাবে অন্যান্য আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে খাৰ্গোনত পানীৰ যোগান বৃদ্ধিৰ বাবে নিৰ্মাণ কৰা প্ৰকল্পটো ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব।

চৰকাৰী সেৱা প্ৰদানৰ মান উন্নত কৰাৰ দিশত এক পদক্ষেপ হিচাপে, মধ্য প্ৰদেশৰ ‘চাইবাৰ তহচিল প্ৰকল্প’ই কাগজবিহীন, মুখ নেদেখাকৈ কাম সম্পাদন কৰা, সম্পূৰ্ণ খাছৰাৰ বিক্ৰী-ক্ৰয় প্ৰক্ৰিয়া অনলাইনেৰে নিষ্পত্তি কৰা আৰু ৰাজহ অভিলেখত তথ্যৰ সংশোধন নিশ্চিত কৰিব। ৰাজ্যখনৰ ৫৫খন জিলাৰ কেউখনতে ৰূপায়ণ কৰা এই প্ৰকল্পটোৱে সমগ্ৰ মধ্যপ্ৰদেশৰ বাবে একক ৰাজহ আদালতো প্ৰদান কৰিব। ই আবেদনকাৰীলৈ চূড়ান্ত নিৰ্দেশৰ প্ৰমাণিত প্ৰতিলিপি প্ৰেৰণৰ বাবে ইমেইল/ হোৱাটছএপ ব্যৱহাৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ কেবাটাও গুৰুত্বপূৰ্ণ পথ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব।

এই প্ৰকল্পসমূহৰ শুভাৰম্ভই মধ্যপ্ৰদেশত আন্তঃগাঁথনি, আৰ্থসামাজিক উন্নয়ন আৰু স্বাচ্ছন্দ্যপূৰ্ণ জীৱনধাৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ উদগনি প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক প্ৰতীয়মান কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Space Economy Takes Off As Private Sector Gains Momentum

Media Coverage

India’s Space Economy Takes Off As Private Sector Gains Momentum
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s interaction with Space Startup CEOs
August 23, 2026
CEOs highlight growing interest shown from across the world in adopting and leveraging technologies developed by India’s space industry
CEOs appreciate decision of Opening Space Sector to Private Participation Created saying it created multiple New Opportunities
PM Calls for Wider Applications of Space Technology to Improve Lives of people
PM says India’s Space Sector Can Become a Magnet for Global Talent, Companies and Investment
PM emphasises greater collaboration Between Space Industry and other social development sectors
PM suggests greater collaboration with Atal Tinkering Labs to Nurture Curiosity and Interest Among Young Minds for Space

प्रधानमंत्री - आपने एक नए क्षेत्र में साहस दिखाया है, सबसे बड़ी बात है कि आपने सरकार की बात पर भरोसा किया। मेरा एक मत रहा कि जो भी हम निर्णय करें, हम उसमें कंसिस्टेंट रहें, हम बार-बार उसमें बदलाव ना करें, ताकि कोई भी रिस्क लेना चाहता है, तो उसको भरोसा रहे कि भाई ठीक है मेरी गलती के कारण कुछ गड़बड़ होगा तो ठीक है, लेकिन कोई मेरा हाथ नहीं छोड़ देगा। और ये विश्वास पैदा करने का हमारा प्रयास था।

CEO –We are India’s first Space Tech Unicorn. अभी July, 18 को हम भारत का पहला प्राइवेट रॉकेट सक्सेसफुली सैटेलाइट्स को इजेक्ट करके लॉन्च किया था। And, this is just the beginning. Generally, we say that just warm up for Skyroot, अभी शुरुआत है। एंड नेक्स्ट ईयर मिड तक हम एक लॉन्च per month हम कर रहे हैं। And also like thanks to you sir for opening up the sector. तीन फैक्ट्री बन चुका है। एक रॉकेट per month का कैपेसिटी है ऑलरेडी। And, this is just the beginning. अभी फ्यूचर ड्रीम है कि एक लॉन्च per week करना है और several launches per day.

CEO – एक ऐसा इंजन बनाया जो दुनिया का सबसे आधुनिक इंजनों में से आता है। सर इसको अभी हमने तैयार किया है, इसकी टेस्टिंग जारी है।

प्रधानमंत्री - उनका कॉन्फिडेंस है, इन्वेस्टर्स का?

CEO – सर,स्काई रूट का जो लॉन्च हुआ है फर्स्ट, उसके बाद से बढ़ गया है।

प्रधानमंत्री –अच्छा। वो रूट आपको काम आ रहा है?

CEO – वो बहुत काम आ रहा है।

प्रधानमंत्री –दुनिया अब भारत के स्टार्टअप को खोजती होगी, भई कौन है इसमें? क्योंकि एक जब ब्रेक थ्रू होता है, तो तुरंत लोगों का ध्यान जाता है।

CEO – I think, स्पेस इंडस्ट्री ओपन होने के बाद हमने एक बहुत अच्छी सी ट्रेंड देखी है। हमारे जितने सिटीजंस यूएस और यूरोप में हैं वे वापस आकर हमारे साथ काम करना चाह रहे हैं।

प्रधानमंत्री –बहुत लोगों को हमें जोड़ना है और जैसा मेहता ने कहा कि भई अब विदेश से लोग गए हुए वापस आ रहे हैं। मैं समझता हूं कि हमें ऐसा एक aura खड़ा कर देना चाहिए कि इस फील्ड में दुनियाभर के लोगों को लगे कि भई जिंदगी बनानी है, तो हिंदुस्तान जाओ। भारत की कोई स्टार्टअप से जुड़ जाओ। भारत की कोई स्पेस एजेंसी से जुड़ जाओ। मैं पक्का मानता हूं जी, पूरा टैलेंट पूल जो है, एक मैग्नेट की तरह आपके कारण हम खींच सकते हैं और वो हमारी एक बहुत बड़ी ताकत बन सकता है।

CEO –हमारा विज़न है कि नेक्स्ट 18 months में हम ग्लोबल ग्राउंड स्टेशन नेटवर्क लगाना चाहते हैं।

CEO –हम जो सैटेलाइट्स का इंजन होता है, जो सैटेलाइट को एक जगह से दूसरा जगह ले जाता है स्पेस में। 5 साल या 15 साल तक ले जाता है सैटेलाइट्स को, वो इंजंस बनाते हैं सर। ग्लोबली बहुत अच्छा ट्रैक्शन मिला है एंड ये भी आपका एफर्ट भी इसमें बहुत है सर कि इंडिया का कंपनीज़ अभी एक्सपोर्ट करने के लिए गवर्नमेंट का सपोर्ट है।

प्रधानमंत्री –कॉस्ट में हम बहुत कॉम्पिटिटिव हैं, टैलेंट में तो कोई प्रश्न ही नहीं उठता है और रिस्क टेकिंग कैपेसिटी हमारे देश के लोगों की वैसे भी ज्यादा होती है। और उसके कारण हम बहुत तेजी से अपनी जगह बना सकते हैं।

CEO –This robotic spacecraft will go to space, physically capture the dead satellite and remove it from the orbit.

CEO –We are the first Indian company working on the docking under refueling technologies with the vision of establishing a fuel station in space.

CEO – मेरा नाम अंतरिक्ष है, my co-founder Monika is also here. सर हम इंडिया का फर्स्ट स्पेस फार्मा स्टार्टअप हैं। हम ऐसे सेटेलाइट्स बना रहे हैं, जो स्पेस में जाके Pharmaceuticals मैन्युफैक्चर कर सके और उसे वापस ले आ सके अंतरिक्ष से।

प्रधानमंत्री –आपका नाम अंतरिक्ष रखा है, आपके परिवार के लोग इसमें थे पहले से?

CEO – जी सर, नहीं मेरी मम्मी ने रखा था सर।

CEO – एक लॉन्च के बाद last one month में आठ लॉन्च कॉन्ट्रैक्ट मिला।

प्रधानमंत्री – अच्छा, अच्छा।

CEO – और मोस्टली इंटरनेशनल हैं।

CEO – सर अभी तो 10 लाख फार्मर के साथ we are planned to launch this innovation.

CEO – सर ये आपके लिए ताकि एक याद बनी रहेगी।

प्रधानमंत्री – वाह।

CEO – ये ओपनिंग, जो आपने ओपन किया था प्राइवेट सेक्टर को, उससे जो private सैटेलाइट है, उससे भारत की ब्यूटी जो दिख रही है।