প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে ৫ ফেব্ৰুৱাৰী, ২০২৩ৰ দুপৰীয়া ১ বজাত জয়পুৰ মহাখেলত অংশগ্ৰহণকাৰীক সম্বোধন কৰিব৷

২০১৭ চনৰ পৰা জয়পুৰ গ্ৰাম্য লোকসভা সমষ্টিৰ সাংসদ শ্ৰী ৰাজ্যৱৰ্ধন সিং ৰাথোড়ে জয়পুৰত এই জয়পুৰ মহাখেল আয়োজন কৰি আহিছে৷

এই বছৰ কাবাদী প্ৰতিযোগিতাত গুৰুত্ব আৰোপ কৰা মহাখেল ১২ জানুৱাৰী, ২০২৩ত ৰাষ্ট্ৰীয় যুৱ দিৱসৰ পৰা আৰম্ভ হয়৷ এই প্ৰতিযোগিতাত জয়পুৰ গ্ৰাম্য লোকসভা সমষ্টিৰ অন্তৰ্গত ৮টা বিধানসভা সমষ্টিৰ ৪৫০খনতকৈ অধিক গাওঁ পঞ্চায়ত, পৌৰ নিগম আৰু ৱাৰ্ডৰ ৬,৪০০তকৈ অধিক যুৱক-যুৱতী আৰু ক্ৰীড়িবিদে অংশগ্ৰহণ কৰিছে৷ মহাখেল আয়োজনে জয়পুৰত যুৱক-যুৱতীসকলক তেওঁলোকৰ ক্ৰীড়া প্ৰতি প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰাৰ লগতে ক্ৰীড়াক বিকল্প কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগায়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM-KISAN crosses ₹4.27 lakh crore disbursal, over 9.35 crore farmers benefit

Media Coverage

PM-KISAN crosses ₹4.27 lakh crore disbursal, over 9.35 crore farmers benefit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 মাৰ্চ 2026
March 25, 2026

PM Modi’s Blueprint for a Stronger India: Empowerment, Infrastructure & Economic Resilience in Action