প্ৰধানমন্ত্ৰীয়ে লোক প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰী পুৰস্কাৰ প্ৰদান কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ সংখ্যক লোকসেৱা দিৱস উপলক্ষে ২১ এপ্ৰিলৰ পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত লোক সেৱকসকলক সম্বোধন কৰিব। লগতে তেওঁ লোক প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰী পুৰস্কাৰো প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে সদায় সমগ্ৰ দেশৰ লোক সেৱকসকলক নাগৰিকৰ হিতত সমৰ্পিত হ’বলৈ, জনসেৱাৰ প্ৰতি দায়বদ্ধ হ’বলৈ আৰু নিজৰ কামত উৎকৃষ্টতা অৰ্জন কৰিবলৈ উৎসাহিত কৰি আহিছে। এই বছৰ প্ৰধানমন্ত্ৰীয়ে লোক সেৱকসকলক জিলাসমূহৰ সামগ্ৰিক উন্নয়ন, উচ্চাকাংক্ষী ব্লক কাৰ্যসূচী আৰু উদ্ভাৱনৰ শিতানত ১৬টা পুৰস্কাৰ প্ৰদান কৰিব। ইয়াৰ জৰিয়তে তেওঁলোকক সাধাৰণ নাগৰিকৰ কল্যাণৰ বাবে কৰা কামৰ বাবে সন্মানিত কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s contribution to BRICS: Nari Shakti moves from promise to delivery

Media Coverage

India’s contribution to BRICS: Nari Shakti moves from promise to delivery
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 জুন 2026
June 30, 2026

Turning Challenges into Opportunities: PM Modi’s Vision for National Progress