Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ৬ ফেব্ৰুৱাৰীৰ পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে গুজৰাট উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী সমাৰোহ সম্বোধন কৰিব। তেখেতে তদুপৰি উচ্চ ন্যায়ালয়খনিৰ প্ৰতিষ্ঠাৰ ষাঠি বছৰ পূৰ্তি উপলক্ষে এটি স্মাৰক ডাক টিকট উন্মোচন কৰিব।

এই কাৰ্যসূচীত কেন্দ্ৰীয় আইন ও ন্যায় মন্ত্ৰী, সৰ্বোচ্চ ন্যায়ালয় আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকল, গুজৰাটৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব। ইয়াত গুজৰাটৰ আইন সমাজৰ সদস্যসকলেও ভাগ ল’ব।

 

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
PM Modi's Surprise Visit to New Parliament Building, Interaction With Construction Workers

Media Coverage

PM Modi's Surprise Visit to New Parliament Building, Interaction With Construction Workers
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 মাৰ্চ 2023
March 31, 2023
Share
 
Comments

People Thank PM Modi for the State-Of-The-Art Additions to India’s Infrastructure

Citizens Express Their Appreciation for Prime Minister Modi's Vision of a New India