জ্যেষ্ঠ মন্ত্ৰী আৰু বিষয়াৰে কথা পাতে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ মন্ত্ৰী আৰু বিষয়াবৰ্গৰে কথা পাতি ভাৰতৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ লয়।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়ঃ

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ মন্ত্ৰী আৰু বিষয়াবৰ্গৰে কথা পাতি ভাৰতৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ লয়। স্থানীয় প্ৰশাসন, এনডিআৰএফ আৰু এছডিআৰএফৰ দলে পীড়িত লোকসকলক সুকলমে উদ্ধাৰৰ বাবে কাম কৰি আছে।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Womaniya' initiative of GeM, sees 27.6% growth, Rs 28,000 crore contracts awarded to women MSEs

Media Coverage

Womaniya' initiative of GeM, sees 27.6% growth, Rs 28,000 crore contracts awarded to women MSEs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Mahatma Phule in Parliament Complex
April 11, 2026

Prime Minister Shri Narendra Modi today paid homage to Mahatma Phule in the Parliament complex on the occasion of his birth anniversary.

The Prime Minister wrote on X:

"Paid homage to Mahatma Phule in the Parliament complex. May his ideals continue to give strength and hope to countless people."

“संसदेच्या आवारात महात्मा फुले यांना आदरांजली वाहिली. त्यांचे आदर्श असंख्य लोकांना बळ आणि उमेद देत राहोत हीच कामना.”

 

 संसदेच्या आवारात महात्मा फुले यांना आदरांजली वाहिली. त्यांचे आदर्श असंख्य लोकांना बळ आणि उमेद देत राहोत हीच कामना. pic.twitter.com/XChqECjlOT