প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয়, "এই জঘন্য কাৰ্য্যৰ আঁৰৰ লোকসকলক ন্যায়ৰ কাঠগৰালৈ অনা হ'ব। তেওঁলোকক ৰেহাই দিয়া নহ'ব! তেওঁলোকৰ কুৎসিত এজেণ্ডা কেতিয়াও সফল নহ'ব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ আমাৰ সংকল্প অদম্য আৰু ই অধিক শক্তিশালী হ'ব।"

প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত কয়:

"মই জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছোঁ। যিসকলে আপোনজনক হেৰুৱাইছে, তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। আহতসকল অতি সোনকালে আৰোগ্য লাভ কৰিবলৈ মই প্ৰাৰ্থনা কৰিছোঁ। ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো ধৰণৰ সাহায্য প্ৰদান কৰি থকা হৈছে।"

এই জঘন্য কাণ্ডৰ আঁৰত থকা লোকসকলক ন্যায়ৰ কাঠগৰালৈ অনা হ’ব… তেওঁলোকক ৰেহাই দিয়া নহ’ব! তেওঁলোকৰ কুৎসিত এজেণ্ডা কেতিয়াও সফল নহ’ব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ আমাৰ সংকল্প অদম্য আৰু ই অধিক শক্তিশালী হ’ব।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Year Ender 2025: Major Income Tax And GST Reforms Redefine India's Tax Landscape

Media Coverage

Year Ender 2025: Major Income Tax And GST Reforms Redefine India's Tax Landscape
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 ডিচেম্বৰ 2025
December 29, 2025

From Culture to Commerce: Appreciation for PM Modi’s Vision for a Globally Competitive India