প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত মণ্ডপামত অখিল ভাৰতীয় শিক্ষা সমাগমৰ মাজতে বাল বাটিকাত শিশুৰ সৈতে কিছু সময় কটায়।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় যে শিশুৰ সৈতে সময় কটাবলৈ পাই তেওঁ অতি সতেজ আৰু শক্তিশালী অনুভৱ কৰিছে।
"নিষ্পাপ শিশুসকলৰ সৈতে আনন্দৰ কেইটামান মুহূৰ্ত! তেওঁলোকৰ শক্তি আৰু উৎসাহে হৃদয় উত্তেজনাৰে ভৰাই তোলে।"
मासूम बच्चों के साथ आनंद के कुछ पल! इनकी ऊर्जा और उत्साह से मन उमंग से भर जाता है। pic.twitter.com/rGY2mv5eK8
— Narendra Modi (@narendramodi) July 29, 2023


