প্ৰধানমন্ত্ৰীয়ে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পশ্চিম এছিয়াৰ বৰ্তমান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে

প্ৰধানমন্ত্ৰীয়ে ইউএইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতিয়ে পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে ইউএইৰ ওপৰত হোৱা আক্ৰমণৰ তীব্ৰ নিন্দা কৰে, যাৰ ফলত অসামৰিক আন্তঃগাঁথনিৰ ক্ষতি হোৱাৰ লগতে বহু নিৰীহ লোকৰ প্ৰাণহানি হৈছে। প্ৰধানমন্ত্ৰী আৰু ইউএইৰ ৰাষ্ট্ৰপতিয়ে হৰমুজ প্ৰণালীৰ জৰিয়তে নিৰাপদ আৰু মুক্ত জাহাজ পৰিবহণৰ গুৰুত্বৰ বিষয়ে সহমত প্ৰকাশ কৰে। শ্ৰী মোদীয়ে অঞ্চলটোত শান্তি, নিৰাপত্তা আৰু সুস্থিৰতা শীঘ্ৰে প্ৰতিষ্ঠাৰ বাবে দুয়োখন দেশে একেলগে কাম কৰি যাব বুলি গুৰুত্ব আৰোপ কৰে।

এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখে;

"ইউএইৰ ৰাষ্ট্ৰপতি মোৰ ভাতৃ শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে কথা পাতিলোঁ আৰু আগতীয়াকৈ ঈদৰ শুভেচ্ছা জনালোঁ।

আমি পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিলোঁ। ভাৰতে পুনৰ ইউএইৰ ওপৰত হোৱাৰ আক্ৰমণৰ তীব্ৰ নিন্দা কৰে, য’ত একাংশ নিৰীহ লোকৰ প্ৰাণহানি হোৱাৰ লগতে অসামৰিক আন্তঃগাঁথনিৰ ক্ষতি হয়।

আমি হৰমুজ প্ৰণালীৰ মাজেৰে নিৰাপদ আৰু মুক্ত পৰিবহণ নিশ্চিত কৰাৰ গুৰুত্বৰ ওপৰত সহমত প্ৰকাশ কৰিছো৷

অঞ্চলটোত শীঘ্ৰে শান্তি, নিৰাপত্তা আৰু সুস্থিৰতা পুনৰুদ্ধাৰৰ বাবে আমি একেলগে কাম কৰি যাম।“

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Commendable performance of India’s marine exports amid uncertain times

Media Coverage

Commendable performance of India’s marine exports amid uncertain times
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog
May 02, 2026

Prime Minister Shri Narendra Modi has congratulated Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog.

The Prime Minister noted that their rich experience and deep understanding of various issues will greatly strengthen policymaking. Shri Modi expressed confidence that their contributions will help drive innovation and growth across sectors. He also wished them a very productive and impactful tenure ahead.

The Prime Minister posted on X:

"Congratulations to Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog. Their rich experience and deep understanding of various issues will greatly strengthen policy making. I am confident their contributions will help drive innovation and growth across sectors. Wishing them a very productive and impactful tenure ahead."