প্ৰধানমন্ত্ৰী নেতান্যাহুৱে প্ৰধানমন্ত্ৰী মোদীক ইজৰাইল-হামাছ সংঘৰ্ষৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰে
দুয়োগৰাকী নেতাই সামুদ্ৰিক যাতায়াতৰ সুৰক্ষা সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰে
প্ৰধানমন্ত্ৰীয়ে মানৱীয় সাহায্য আৰু আলোচনা আৰু কূটনীতিৰ জৰিয়তে সংঘাতৰ সমাধানৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী শ্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰী নেতান্যাহুৱে চলিত ইজৰাইল-হামাছ সংঘৰ্ষৰ শেহতীয়া ঘটনাৱলীৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে।

দুয়োগৰাকী নেতাই সামুদ্ৰিক যাতায়াতৰ সুৰক্ষা সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত জনসাধাৰণৰ বাবে নিৰন্তৰ মানৱীয় সাহায্যৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে আৰু আলোচনা আৰু কূটনীতিৰ জৰিয়তে সকলো বন্দীক মুক্তি দিয়াকে ধৰি সংঘৰ্ষৰ আগতীয়া আৰু শান্তিপূৰ্ণ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

দুয়োগৰাকী নেতাই নিয়মীয়াকৈ যোগাযোগ অব্যাহত ৰখাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Space Economy Takes Off As Private Sector Gains Momentum

Media Coverage

India’s Space Economy Takes Off As Private Sector Gains Momentum
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 আগষ্ট 2026
August 22, 2026

Citizens Appreciate PM Modi’s Leadership Driving India’s Growth, Innovation and Connectivity