প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰকৃত বীৰত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে –
“बन्धनं मरणं वापि जयो वापि पराजयः।
उभयत्र समो वीरः वीरभावो हि वीरता।।"
সুভাশিতমে প্ৰকাশ কৰে যে বন্ধনতে থাকক বা মৃত্যুৰ সন্মুখীন হওক, বিজয় হওক বা পৰাজয় হওক, প্ৰকৃত নায়কসকলে যি কোনো পৰিস্থিতিতেই সাহসৰ মনোভাৱ বজাই ৰাখে আৰু অটল থাকে; এয়া হৈছে প্ৰকৃত বীৰত্ব।
এক্স-ত প্ৰধানমন্ত্ৰীয়ে লিখিছে;
“बन्धनं मरणं वापि जयो वापि पराजयः।
उभयत्र समो वीरः वीरभावो हि वीरता।।"
बन्धनं मरणं वापि जयो वापि पराजयः।
— Narendra Modi (@narendramodi) December 26, 2025
उभयत्र समो वीरः वीरभावो हि वीरता।। pic.twitter.com/gE5wxx3Sve


