প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সোমনাথ ভ্ৰমণৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে।
এক্স-ৰ এলানি প’ষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছেঃ
“আমাৰ সভ্যতাবাদী সাহসৰ গৌৰৱময় প্ৰতীক সোমনাথ দৰ্শন কৰি ধন্য অনুভৱ কৰিছো।
১০২৬-ত সোমনাথ মন্দিৰত সংঘটিত প্ৰথম আক্ৰমণৰ হাজাৰ বছৰ পূৰ্তি উপলক্ষে সমগ্ৰ ৰাষ্ট্ৰ একত্ৰিত হৈ #SomnathSwabhimanParv-ৰ আয়োজন কৰিছে।
মোক উষ্ম আদৰণি জনোৱাৰ বাবে ৰাইজক কৃতজ্ঞতা জনাইছো।”


Feeling blessed to be in Somnath, a proud symbol of our civilisational courage.
— Narendra Modi (@narendramodi) January 10, 2026
This visit comes during #SomnathSwabhimanParv, when the entire nation has come together to mark a thousand years since the first attack on the Somnath Temple in 1026.
Grateful to the people for… pic.twitter.com/jwTSF0uMOS
“Jai Somnath!
Today’s welcome was very special.”
Jai Somnath!
— Narendra Modi (@narendramodi) January 10, 2026
Today’s welcome was very special. pic.twitter.com/Uc7GJdvPVI
“In Somnath this evening, chaired a meeting of the Shree Somnath Trust. We reviewed various aspects relating to infrastructure upgradations in the temple complex and ways to make the pilgrimage to Somnath even more memorable.”

In Somnath this evening, chaired a meeting of the Shree Somnath Trust. We reviewed various aspects relating to infrastructure upgradations in the temple complex and ways to make the pilgrimage to Somnath even more memorable. pic.twitter.com/q9WHJ2crsx
— Narendra Modi (@narendramodi) January 10, 2026
“জয় সোমনাথ!
আজিৰ আদৰণি বৰ বিশেষ আছিল।”
“সোমনাথত আজি সন্ধিয়া শ্ৰী সোমনাথ ন্যাসৰ এখনি বৈঠকত অধ্যক্ষতা কৰো। আমি মন্দিৰ কমপ্লেক্সৰ আন্তঃগাঁথনি উন্নীতকৰণেৰে সম্পৰ্কীয় ভিন্ন দিশ আৰু সোমনাথলৈ তীৰ্থযাত্ৰাক অধিক স্মৰণীয় কৰি তোলাৰ উপায়সমূহৰ সম্পৰ্কে পৰ্য্যালোচনা কৰো।”
“ঔম আমাৰ বেদ, শাস্ত্ৰ, পুৰাণ, উপনিষদ আৰু বেদান্তৰ সাৰ।
ঔম ধ্যান-ধাৰণাৰ মূল আৰু যোগৰ আধাৰ।
ঔম ব্ৰহ্মৰ স্বৰূপ।
ঔম আমাৰ মন্ত্ৰৰ আদি আৰু অন্ত।
আজি সোমনাথ স্বাভিমান পৰ্বত সামূহিকভাৱে ১০০০ ছেকেণ্ডৰ বাবে ঔমকাৰ ধ্বনি জপ কৰাৰ সৌভাগ্য লাভ কৰো। ইয়াৰ শক্তিয়ে মোৰ অন্তৰাত্মাক স্পন্দিত আৰু আনন্দিত কৰিছে।
ঔম তত সত!!”



ॐ हमारे वेदों का, शास्त्रों का, पुराणों का, उपनिषदों और वेदांत का सार है।
— Narendra Modi (@narendramodi) January 10, 2026
ॐ ही ध्यान का मूल है, और योग का आधार है।
ॐ ही साधना में साध्य है।
ॐ ही शब्द ब्रह्म का स्वरूप है।
ॐ से ही हमारे मंत्र प्रारंभ एवं पूर्ण होते हैं।
आज सोमनाथ स्वाभिमान पर्व में 1000 सेकंड्स तक ओंकार… pic.twitter.com/GqHxt8sn9y
“সোমনাথ স্বাভিমান পৰ্বৰ শুভ উপলক্ষত সোমনাথ মন্দিৰ কমপ্লেক্সত বৈভৱ আৰু ঈশ্বৰত্বৰে পূৰ্ণ ড্ৰোন শ্ব’ দৰ্শনৰ সৌভাগ্য লাভ কৰো। আমাৰ পুৰাতন বিশ্বাসৰ সৈতে আধুনিক প্ৰযুক্তিৰ সংমিশ্ৰণেৰে এই আশ্চৰ্য্যকৰ শ্ব’য়ে সকলোকে মোহিত কৰে। সোমনাথৰ পবিত্ৰ ভূমিৰ পৰা নিৰ্গত এই আভাই সমগ্ৰ বিশ্বলৈ ভাৰতৰ সাংস্কৃতিক শক্তিৰ বাৰ্তা প্ৰেৰণ কৰিছে।”


सोमनाथ स्वाभिमान पर्व के सुअवसर पर सोमनाथ मंदिर परिसर में भव्यता और दिव्यता से भरा ड्रोन शो देखने का सौभाग्य मिला। इस अद्भुत शो में हमारी प्राचीन आस्था के साथ आधुनिक टेक्नोलॉजी का तालमेल हर किसी को मंत्रमुग्ध कर गया। सोमनाथ की पावन धरा से निकला यह प्रकाशपुंज पूरे विश्व को भारत की… pic.twitter.com/hwKgJsp33T
— Narendra Modi (@narendramodi) January 10, 2026


