প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শেহতীয়া বিমানবন্দৰ সম্পৰ্কীয় কাৰ্যসূচীৰ কিছুমান মুহূৰ্ত শ্বেয়াৰ কৰিছে।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়াই অসামৰিক বিমান পৰিবহণ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২০২৩ বিত্তীয় বৰ্ষত এতিয়ালৈকে সৰ্বাধিক মূলধনী ব্যয়ৰ বিষয়ে অৱগত কৰিছিল। এই টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,

“উচ্চমানৰ আন্তঃগাঁথনিৰ প্ৰতি আমি যি গুৰুত্ব দিওঁ, এয়া তাৰ এক অন্যতম উদাহৰণ। যোৱা কেইমাহমানৰ ভিতৰত গোৱা, বেংগালুৰু, চেন্নাই, ইটানগৰ আৰু শিৱমোগ্গাত বিমানবন্দৰ সম্পৰ্কীয় কাৰ্যসূচীত যোগদান কৰিছো। তাৰে কিছুমান বিশেষ মুহূৰ্ত শ্বেয়াৰ কৰিছো।” 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership