“সকলোৰে বাবে স্বাস্থ্য নতুন ভাৰতৰ সংকল্প”
"আগন্তুক বছৰবোৰ তেওঁলোকৰ হ'ব যিসকলে স্বাস্থ্যসেৱাত বিনিয়োগ কৰিছে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ৮ বছৰত ভাৰতত স্বাস্থ্যসেৱা খণ্ডক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিৱৰণ ব্যক্ত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

“মানুহৰ সুস্থ জীৱন হৈছে নতুন ভাৰতৰ সংকল্প। আয়ুষ্মান ভাৰতৰ পৰা জন আউষাধি কেন্দ্ৰলৈ আৰু চিকিৎসা আন্তঃগাঁথনিৰ পৰা বিনামূলীয়া টিকাকৰণলৈকে দেশখনে যি পথ গ্ৰহণ কৰিছে সেয়া আজি সমগ্ৰ বিশ্বৰ বাবে এক আদৰ্শ হৈ পৰিছে।”

“আগন্তুক বছৰবোৰ স্বাস্থ্যসেৱাত বিনিয়োগ কৰাসকলৰ হ’ব।

ভাৰতত স্বাস্থ্যসেৱা খণ্ড শক্তিশালী কৰাৰ বাবে আমাৰ চৰকাৰে যি কাম কৰিছে তাৰ বাবে মই গৌৰৱান্বিত। #৮বছৰৰ সুস্থ ভাৰত"

"স্বাস্থ্যসেৱা আমাৰ মূল কেন্দ্ৰবিন্দু ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম। যোৱা ৮ বছৰত স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধি কৰা, প্ৰতিজন ভাৰতীয়ৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱাৰ সুবিধা নিশ্চিত কৰা, আৰু এই খণ্ডৰ সৈতে প্ৰযুক্তিৰ একত্ৰিত কৰা হৈছে।" #8YearsOfHealthyIndia"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year

Media Coverage

IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 এপ্ৰিল 2026
April 28, 2026

From Orchids to Expressways: PM Modi’s Blueprint for a Self-Reliant, Connected & Proud India