প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাংসদ সুদৰ্শন ভগতৰ এলানি টুইট থ্ৰেড শ্বেয়াৰ কৰে৷ সাংসদগৰাকীয়ে থ্ৰেডত বছৰ বছৰ ধৰি প্ৰধানমন্ত্ৰীয়ে ভগৱান বীৰছা মুণ্ডাক শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠানসমূহ সংকলন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইটত কয়ঃ
“গুৰুত্বপূৰ্ণ সংকলন! জনজাতীয় গৌৰৱৰ প্ৰতীক ভগৱান বীৰছা মুণ্ডা জীৰ ত্যাগ আৰু সমৰ্পণ দেশবাসীৰ বাবে সদায় পথ প্ৰদৰ্শক হৈ ৰ’ব৷”
महत्वपूर्ण संकलन! जनजातीय गौरव के प्रतीक भगवान बिरसा मुंडा जी का त्याग और समर्पण देशवासियों के लिए हमेशा पथ-प्रदर्शक बना रहेगा। https://t.co/H8DPlt3sZE
— Narendra Modi (@narendramodi) June 9, 2023


