প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চৰকাৰে ক’ভিড-১৯ ন’ভেল ক’ৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে৷ প্ৰধানমন্ত্ৰীয়ে এটা টুইটত আজি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ নিৰাপত্তাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে৷ তেওঁ জনসাধাৰণক বিতত নহ’বলৈ আৰু প্ৰয়োজনবিহীন যাত্ৰা নকৰিবলৈ তথা জনসমাগমত উপস্থিত নাথাকিবলৈ আহ্বান জনাইছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে আগন্তুক দিনকেইটাত কোনো কেন্দ্ৰীয় মন্ত্ৰীয়ে বিদেশলৈ ভ্ৰমণ নকৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress

Media Coverage

Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 মাৰ্চ 2026
March 23, 2026

Aatmanirbhar to Global Innovator: PM Modi’s Multi-Dimensional Revolution Across Defence, Pharma, Tech & Heritage