ভাৰতীয় সেনা দৃঢ়তা, পেছাদাৰিত্ব আৰু নিষ্ঠাৰপ্ৰতীক: প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰ সশস্ত্ৰ বাহিনী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সেনা দিৱসত ভাৰতীয় সেনাৰ অদম্য সাহসক প্ৰণাম জনায়। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে ভাৰতীয় সেনা দৃঢ়তা, পেছাদাৰিত্ব আৰু নিষ্ঠাৰ প্ৰতীক। শ্ৰী মোদীয়ে কয়, "আমাৰ চৰকাৰ সশস্ত্ৰ বাহিনী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। যোৱা কেইবছৰমানৰ পৰা আমি বহু সংস্কাৰ সাধন কৰিছো আৰু আধুনিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো।"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :

"আজি সেনা দিৱসত আমি ভাৰতীয় সেনাৰ অদম্য সাহসক আমি প্ৰণাম জনাইছো, যিসকলেআমাৰ ৰাষ্ট্ৰৰ সুৰক্ষাৰ প্ৰহৰী হিচাপে থিয় দিয়ে। আমি সেইসকল সাহসী জোৱানৰ ত্যাগকোমনত পেলাইছো, যি সদায়ে কোটি কোটি ভাৰতীয়ৰ সুৰক্ষা সুনিশ্চিত কৰে।"

 

"ভাৰতীয় সেনা দৃঢ়তা, পেছাদাৰিত্ব আৰু নিষ্ঠাৰ প্ৰতীক। আমাৰ সীমান্তক পহৰা দিয়াৰ উপৰি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মানৱীয় সাহায্য প্ৰদানৰ ক্ষেত্ৰতো আমাৰ সেনাই বিশেষ স্থান দখল কৰিছে।"

 

"আমাৰ চৰকাৰ সশস্ত্ৰ বাহিনী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। যোৱা কেইবছৰমানৰ পৰা আমি বহু সংস্কাৰ সাধন কৰিছো আৰু আধুনিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। অনাগত সময়তো এই কাম অব্যাহত থাকিব।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From Macron To Busch, What European Leaders' Big Presence At AI Impact Summit 2026 Means For India

Media Coverage

From Macron To Busch, What European Leaders' Big Presence At AI Impact Summit 2026 Means For India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
CEO of OpenAI meets Prime Minister Narendra Modi 20th February Twenty Twenty Six
February 20, 2026