প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱসত শিক্ষকসকলক আমাৰ ভৱিষ্যত আৰু প্ৰেৰণাদায়ক সপোন গঢ়ি তোলাত তেওঁলোকৰ অটল নিষ্ঠা আৰু মহান প্ৰভাৱৰ বাবে অভিবাদন জনায়৷

শ্ৰী মোদীয়ে লগতে জন্ম বাৰ্ষিকীত ড সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷

প্ৰধানমন্ত্ৰী লগতে কালি একাংশ শিক্ষকৰ সৈতে কৰা মত বিনিময়ৰ কেইটামান বিশেষ মুহূৰ্তও শ্বেয়াৰ কৰে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“শিক্ষকসকলে আমাৰ ভৱিষ্যত আৰু প্ৰেৰণাদায়ক সপোন গঢ়ি তোলাত এক মুখ্য ভূমিকা পালন কৰে৷ #TeachersDay উপলক্ষে আমি তেওঁলোকক তেওঁলোকৰ অটল নিষ্ঠা আৰু মহান প্ৰভাৱৰ বাবে অভিবাদন জনাইছো৷ জন্ম বাৰ্ষিকী উপলক্ষে ড সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো৷

কালি একাংশ শিক্ষকৰ সৈতে কৰা মত বিনিময়ৰ কেইটামান বিশেষ মুহূৰ্ত ইয়াত আগবঢ়ালো…”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How India’s Rs 175 crore Diving Support Craft projects strengthen Navy’s underwater capabilities

Media Coverage

How India’s Rs 175 crore Diving Support Craft projects strengthen Navy’s underwater capabilities
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026