প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এদিনীয়া লুম্বিনি ভ্ৰমণসূচীৰে ১৬ মে’, ২০২২ত মায়াদেৱী মন্দিৰ পৰিদৰ্শন কৰে৷ প্ৰধানমন্ত্ৰীক সংগ দিয়ে নেপালৰ মাননীয় প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা আৰু তেওঁৰ পত্নী ড০ আৰ্জু ৰাণা দেউবাই৷

2. ভগৱান বুদ্ধ যিস্থানত জন্মগ্রহণ কৰিছিল, সেই স্থানৰ চিহ্নিত ফলকত দুয়োগৰাকী নেতাই শ্রদ্ধা নিবেদন কৰে৷ তেওঁলোকে বৌদ্ধ ৰীতি-নীতি অনুসৰি পূজা অৰ্চনা কৰে৷

3. দুয়োগৰাকী প্রধানমন্ত্রীয়ে মন্দিৰসংলগ্ন অশোকস্তম্ভত বন্তি প্রজ্জ্বলন কৰে৷ প্রথম সূত্রলিপি অনুসৰি সম্রাট অশোকে খ্ৰীষ্টপূৰ্ব ২৪৯ত ভগৱান বুদ্ধৰ জন্মস্থান লুম্বিনীত সেই স্তম্ভটো নির্মাণ কৰিছিল৷

ইয়াৰ পাছতে দুয়োগৰাকী প্রধানমন্ত্রীয়ে বোধিবৃক্ষৰ পুলিত পানী দিয়ে, যিটো ২০১৪ চনত প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ হিচাপে বুদ্ধগয়াৰ পৰা লুম্বিনীলৈ প্ৰেৰণ কৰিছিল৷ তেওঁলোকে মন্দিৰৰ ভিডিটৰ্ছ বুকতো স্বাক্ষৰ কৰে৷

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry

Media Coverage

How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 জুলাই 2026
July 28, 2026

From Factories to Space & High-Speed Rail: How PM Modi’s Vision is Rewiring India’s Future