প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্চদশ ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ২৪ আগষ্ট, ২০২৩ত জোহান্সবাৰ্গত মোজাম্বিক গণৰাজ্যৰ ৰাষ্ট্ৰপতি ফিলিপে জেচিণ্টো নিউছিৰ সৈতে বৈঠকত মিলিত হয়৷

দুয়োগৰাকী নেতাই সংসদীয় যোগাযোগ, প্ৰতিৰক্ষা, সন্ত্ৰাসবাদ বিৰোধী, শক্তি, খনন, স্বাস্থ্য, বাণিজ্য আৰু বিনিয়োগ, সামৰ্থ্য বিকাশ, সামুদ্ৰিক সহযোগিতা আৰু জনসাধাৰণৰ সৈতে জনসংযোগৰ ক্ষেত্ৰকে ধৰি দ্বিপাক্ষিক সম্পৰ্কক আগুৱাই নিয়াৰ উপায়ৰ ওপৰত ফলপ্ৰসূ আলোচনাত মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি নিউছিৰ ভইচ অৱ দ্য গ্ল’বেল ছাউথ সন্মিলনত অংশগ্ৰহণৰ বাবে শলাগ লয়।

ৰাষ্ট্ৰপতি নিউচিয়ে চন্দ্ৰযান অভিযানৰ সফলতাত প্ৰধানমন্ত্ৰীক অভিনন্দন জনোৱাৰ লগতে আফ্ৰিকান ইউনিয়নৰ জি-২০ স্থায়ী সদস্যপদৰ বাবে ভাৰতৰ পদক্ষেপৰ শলাগ লয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 জুন 2026
June 16, 2026

Viksit Bharat in Action: 12 Years of Roads, AI Unicorns, Export Booms & Unmatched Global Camaraderie"