প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইন্দোৰত সপ্তদশ প্ৰবাসী ভাৰতীয় দিৱসৰ সময়ত চুৰিনামৰ ৰাষ্ট্ৰপতি শ্ৰী চন্দ্ৰিকাপাৰচাদ সন্তোখীক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি সন্তোখীয়ে ৭-১৪ জানুৱাৰীলৈ ভাৰতলৈ চৰকাৰী ভ্ৰমণলৈ আহিছে। সপ্তদশ প্ৰবাসী ভাৰতীয় দিৱসৰ সন্মানীয় বিশেষ অতিথি হৈছে ৰাষ্ট্ৰপতি শ্ৰী চন্দ্ৰিকাপাৰচাদ সন্তোখী।

বৈঠকত দুয়োগৰাকী নেতাই হাইড্ৰ'কাৰ্বন, প্ৰতিৰক্ষা, সামুদ্ৰিক সুৰক্ষা, ডিজিটেল পদক্ষেপ আৰু আইচিটি আৰু ক্ষমতা নিৰ্মাণকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰত আলোচনা কৰে।

চুৰিনামে লাইনছ অফ ক্ৰেডিটৰ পৰা লাভ কৰা ঋণ পৰিশোধৰ পুনৰ্নবীকৰণৰ বাবে ভাৰতক প্ৰশংসা কৰে।

ৰাষ্ট্ৰপতি সন্তখীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ সৈতে আলোচনাত মিলিত হব আৰু ১০ জানুৱাৰী ২০২৩ তাৰিখে বিদায়ী অধিৱেশন আৰু প্ৰবাসী ভাৰতীয় সন্মান বঁটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ ইন্দোৰত গ্লোবেল ইনভেষ্টৰ্ছ ছামিটৰ উদ্বোধনী অধিৱেশনতো অংশগ্ৰহণ কৰিব। তাৰ পিছত তেওঁ আহমেদাবাদ আৰু নতুন দিল্লী ভ্ৰমণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 জুন 2026
June 04, 2026

India's Remarkable Stride Under PM Modi: Clean Energy Jobs, Infrastructure Surge & Global Trade Wins