দিনটোৰ ব্যস্ত কাৰ্যসূচীত কিষাণ সন্মান নিধিৰ অধীনত ধন প্ৰদান, গংগা আৰতি আৰু কাশী বিশ্বনাথ মন্দিৰত প্ৰাৰ্থনা কৰাৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীত ডঃ সম্পূৰ্ণানন্দ ক্ৰীড়া ষ্টেডিয়াম আৰু ক্ৰীড়া কমপ্লেক্স নিৰ্মাণ কাৰ্যৰ পৰ্যালোচনা কৰিবলৈ এক আকস্মিক ভ্ৰমণ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট এইদৰে কৰিছেঃ

"কাশীৰ ডঃ সম্পূৰ্ণানন্দ ক্ৰীড়া ষ্টেডিয়ামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰোঁ। এই ষ্টেডিয়াম আৰু ক্ৰীড়া কমপ্লেক্সে কাশীৰ যুৱক-যুৱতীসকলক যথেষ্ট সহায় কৰিব।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 মে’ 2026
May 03, 2026

Citizens Celebrate Reforms That Work: PM Modi’s Blueprint Powers Manufacturing, Maritime Might & MSME Revolution