প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৌলানা আজাদক তেওঁৰ জন্ম জয়ন্তীত স্মৰণ কৰে। শ্ৰী মোদীয়ে কয় যে মৌলানা আজাদ এগৰাকী বিদগ্ধ পণ্ডিত আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক বিশেষ স্তম্ভ। দেশৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি মৌলানা আজাদৰ অংগীকাৰ আৰু প্ৰতিশ্ৰুতি প্ৰশংসনীয় বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

 

এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

"জন্ম জয়ন্তীত মৌলানা আজাদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেওঁ আছিল এগৰাকী বিদগ্ধ পণ্ডিত আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক স্তম্ভ। শিক্ষাৰ প্ৰতি তেওঁৰ অংগীকাৰ আৰু প্ৰতিশ্ৰুতি প্ৰশংসনীয় আছিল। আধুনিক ভাৰতক গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁৰ কৰ্মপ্ৰচেষ্টাই আজিও বহু লোকক পথ প্ৰদৰ্শন কৰি আহিছে।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How ODOP is helping Pratapgarh turn its amla into a bigger business

Media Coverage

How ODOP is helping Pratapgarh turn its amla into a bigger business
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 ছেপ্টেম্বৰ 2026
September 01, 2026

#ModiHaiTohMumkinHai: Economy, Diplomacy and Atmanirbhar Milestones in One Social-Media Sweep