প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা আয়াংকালিক তেওঁৰ জন্মজয়ন্তীত স্মৰণ কৰে। এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “মহাত্মা আয়াংকালিৰ দৰে মহান ব্যক্তিসকলৰ প্ৰতি দেশ চিৰঋণী হৈ ৰ’ব। সমাজ সংস্কাৰৰ বাবে আৰু সমাজৰ নিস্পেষিত লোকসকলৰ সবলীকৰণৰ বাবে তেওঁৰ কাৰ্যাৱলী সদায়েই প্ৰেৰণাদায়ী হৈ ৰ’ব। তেওঁৰ জন্মজয়ন্তীত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো।”
India remains indebted to greats like Mahatma Ayyankali. His work towards social reform and empowering the downtrodden will always inspire. Remembering him on his Jayanti.
— Narendra Modi (@narendramodi) August 28, 2020
A few years ago, had attended a programme to mark his Jayanti.
Here is my speech. https://t.co/ijLJBMNPU6


