Share
 
Comments

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে স্বাধীনতা সংগ্রামী মঙ্গল পাণ্ডেক তেওঁৰ জন্মবার্ষিকীত শ্রদ্ধা নিবেদন কৰিছে।

এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে –

“মহান মঙ্গল পাণ্ডে সাহস আৰু অধ্যৱসায়ৰ প্রতীক। আমাৰ ইতিহাসত এটা গুৰুত্বপূর্ণ অধ্যায়ত তেওঁ সকলোৰে মাজত দেশপ্রেমক জাগ্রত কৰিছিল আৰু অগণিত মানুহ তেওঁৰ দ্বাৰা অনুপ্রাণিত হয়। তেওঁৰ জন্মবার্ষিকীত তেওঁক স্মৰণ কৰিছো। এই বছৰৰ আৰম্ভণিতে মীৰাটত তেওঁৰ মূর্তিত মই শ্রদ্ধা নিবেদন কৰিছিলো।”

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Opinion: Modi government has made ground-breaking progress in the healthcare sector

Media Coverage

Opinion: Modi government has made ground-breaking progress in the healthcare sector
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মাৰ্চ 2023
March 30, 2023
Share
 
Comments

Appreciation For New India's Exponential Growth Across Diverse Sectors with The Modi Government